• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

Nation NE by Nation NE
May 15, 2025
in Top News, অসম
0 0
GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…
Share on FacebookShare on TwitterWhatsApp

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীত ডাঙৰ দায়িত্ব লাভ কৰিছে। টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেল উপাধি দিয়া হৈছে  নীৰজ চোপ্ৰাক।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জেভেলিন নিক্ষেপকাৰী হৈছে নীৰজ চোপ্ৰা। ২০২১ চনৰ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ জেভেলিন নিক্ষেপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা নীৰজে এতিয়া ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেল পদক লাভ কৰিছে।

ভাৰতৰ টেৰিটৰিয়েল আৰ্মী ৰেগুলেচন, ১৯৪৮ৰ পেৰা-৩১ৰ অধীনত নীৰজ চোপ্ৰাক অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে নীৰজ ৰাজপুতনা ৰাইফলছত চুবেদাৰ হিচাপে পোষ্ট কৰা হৈছিল। নীৰজে ২০১৬ চনত নৈব চুবেদাৰ হিচাপে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল।

টকিঅ’ অলিম্পিকত জেভলিন নিক্ষেপত স্বৰ্ণ পদক লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল নীৰজ চোপ্ৰাই। তেওঁ দেশৰ হৈ ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হয়। দ্বিতীয়টো প্ৰচেষ্টাত ৮৭.৫৮ মিটাৰ দূৰত্বৰে প্ৰথম স্থান দখল কৰি স্বৰ্ণ জয় কৰিছিল নীৰজে। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে।

য’ত নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। একে সময়তে ২০২৪ চনৰ পেৰিছ অলিম্পিকতো ভাৰতৰ হৈ ৰূপৰ পদক কঢ়িয়াই আনিছিল নীৰজে। অলিম্পিকত একেৰাহে দুটাকৈ পদক লাভ কৰি নীৰজ চোপ্ৰাই বহু বিজ্ঞাপনৰ অফাৰো লাভ কৰিছে।

২০২৫ চনত নীৰজে পেছাদাৰী টেনিছ খেলুৱৈ হিমানী মোৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।নীৰজৰ পূৰ্বেও বহু খেলুৱৈ টেৰিটৰিয়েল আৰ্মীৰ অংশ হৈছিল। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীও টেৰিটৰিয়েল আৰ্মীত আছে।

Tags: Gold MedalNeeraj ChopraOlympic

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025