• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

Nation NE by Nation NE
May 16, 2025
in Top News, অসম
0 0
গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ব্যাপক হাৰত বৃদ্ধি পোৱা আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে বৰপেটা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জাৰি কৰিলে নিষেধাজ্ঞা।

সৰুক্ষেত্ৰী উন্নয়ন ব্লকৰ অন্তৰ্গত গহিয়া গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ নিশ্চিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাৰ জিলা দণ্ডাধীশ (ভাৰপ্ৰাপ্ত) দিগন্ত বৈশ্যই অসম মহামাৰী ৰোগ আইন ২০২৩ৰ ১৬ নং ধাৰাত জৰুৰী নিষেধাজ্ঞা জাৰি কৰিছে।

জিলাখনত বা অঞ্চলটোত অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি, গাহৰিৰ পোৱালি, গাহৰিৰ মাংস আৰু আনুষংগিক সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে চলাচল কৰাৰ বাহিৰে জিলাখনৰ ভিতৰত আৰু বাহিৰত গাহৰিৰ পৰিবহণ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে।

জনসাধাৰণক গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত ঠাইত পেলোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পশু চিকিৎসা বা জিলা বিষয়াৰ পৰা গাহৰিৰ মৃত্যু বা এ এছ এফৰ লক্ষণৰ সৈতে জড়িত তথ্য লুকুৱালে সেয়া শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হ’ব।

ইয়াৰ উপৰি আক্ৰান্ত অঞ্চলৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে।

পশুৰ স্বাস্থ্য ৰক্ষা আৰু বৃহত্তৰ সংকট ৰোধৰ বাবে জনসাধাৰণৰ পূৰ্ণ সমৰ্থন আহ্বান কৰিছে বৰপেটা জিলা প্ৰশাসনে। এই আদেশ উলংঘা কৰিলে এপিচিৰ ১৮৮ নং ধাৰাত দণ্ডনীয় হ’ব বুলিও নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰিছে।

Tags: BarpetaPigPork

Related Posts

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

শীৰ্ষ সংবাদ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025