• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

Nation NE by Nation NE
May 17, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ
Share on FacebookShare on TwitterWhatsApp

অপাৰেশ্যন সিন্দূৰক লৈ শেহতীয়াকৈ উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভাৰতে আক্ৰমণ কৰিব বুলি পূৰ্বেই পাকিস্তানক জনাই দিয়া বুলি বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ৰাহুল গান্ধীয়ে কৰা এই অভিযোগৰ ভিত্তিতেই কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিদেশ মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছে।

তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘বিদেশ মন্ত্ৰী- আপুনি আমেৰিকাৰ সমকক্ষই কৰা দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই, ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে। তেওঁ নিজৰ পদত কেনেকৈ থাকিব পাৰে সেয়া বুজাৰ বাহিৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১৯ জুনত চীনক ৰাজহুৱাভাৱে ক্লিন চিট দি আমাৰ আলোচনাৰ স্থিতিৰ অন্ত পেলাইছিল। যিজন ব্যক্তিক তেওঁ বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিছে, সেই ব্যক্তিজনে ভাৰতক প্ৰতাৰণা কৰিছে।’

প্ৰকৃততে ৰাহুল গান্ধীয়ে এটা ব্যক্তিগত নিউজ চেনেলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘পাকিস্তানক আক্ৰমণ কৰাৰ খবৰ আগতেই দিয়াটো অপৰাধ। ভাৰত চৰকাৰে এয়া কৰা বুলি বিদেশ মন্ত্ৰীয়ে সাৰ্বজনিকভাৱে স্বীকাৰ কৰিছে।’

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰি কয়, ‘ইয়াৰ পৰিণাম স্বৰূপে ভাৰতে কিমানখন বায়ুসেনাৰ বিমান হেৰুৱালে?’

ৰাহুল গান্ধীৰ এই অভিযোগৰ বিপৰীতে পি আই বিৰ ফেক্ট চেকে এইটো নিশ্চিত কৰিছিল যে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এইধৰণৰ কোনো মন্তব্য ক’তো দিয়া নাই।

Tags: Jairam RameshOperation SindoorRahul GandhiS Jaishankar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025