• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ১৭ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা

Nation NE by Nation NE
May 18, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ১৭ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা
Share on FacebookShare on TwitterWhatsApp

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়।

অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটো হায়দৰাবাদৰ মীৰ চক অঞ্চলৰ বুলি জানিব পৰা গৈছে। কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হৈছে সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই।

অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জানিব দিয়া তেওঁ ৰাতিপুৱা প্ৰায় ৬.৩০ বজাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰিছিল। ইয়াৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলত উপস্থিত হয়।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। এনে ঘটনা অতি দুখজনক বুলিও তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতি এই ঘটনাত নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবেও যৎপৰোনাস্তি চেষ্টা কৰাৰ আশ্বাস প্ৰদান কৰে।

ইফালে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। তেওঁ কয় যে তেওঁ বিষয়াসকলক সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ আৰু আহতসকলৰ উন্নত তথা উত্তম চিকিৎসা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে এই ঘটনাৰ দুখ প্ৰকাশ কৰি নিহতসকলৰ আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰে।

উল্লেখ্য যে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আশংকা কৰিছে।

Tags: CharminarHyderabadMassive FireNarendra Modi

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025