• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বাইক আৰোহীক বচাবলৈ গৈ খাৱৈত বাগৰিল পৰ্যটকেৰে ভৰা বাছ; ৪ জনৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
May 20, 2025
in ৰাষ্ট্ৰীয়
0 0
বাইক আৰোহীক বচাবলৈ গৈ খাৱৈত বাগৰিল পৰ্যটকেৰে ভৰা বাছ; ৪ জনৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ কাইথালৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীৰে ভৰা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয়। যাত্ৰীবাহী বাছখন হিছাৰৰ পৰা চণ্ডীগড়লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুৰ্ঘটনাস্থলীত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা অনুসৰি, সোমবাৰে নিশা প্ৰায় ৮ বজাত হিছাৰ-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কলায়তৰ চিমলা গাঁৱৰ সমীপত পৰ্যটকেৰে ভৰা বাছখন দ’ খাৱৈত বাগৰি পৰে।

বাইক আৰোহীক বচাবলৈ গৈ এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত চাৰিজন লোকৰ প্ৰাণ যোৱাৰ লগতে আন ১৭-১৮ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। এই পৰ্যন্ত মৃত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষী, উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকসকলে গাড়ীৰ আইনা ভাঙি আহত যাত্ৰীসকলক উদ্ধাৰ কৰি সমীপৰ কেইবাখনো হাস্পতালত ভৰ্তি কৰোৱা হয়। হাইড্ৰা মেচিনৰ সহায়ত বাছখন খাৱৈৰ পৰা উদ্ধাৰ কৰা হয়।

এই দুৰ্ঘটনাটোক লৈ অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Tags: National HighwayRoad AccidentTourists Bus

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025