• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?

Nation NE by Nation NE
May 20, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

পশ্চিমীয়া বিশ্বত ভাৰতৰ সুস্বাদু আমৰ আছে বিপুল চাহিদা। প্ৰতি বছৰে বৃহৎ পৰিমাণৰ আম আমেৰিকালৈ ৰপ্তানি কৰা হয়। অৱশ্যে শেহতীয়াকৈ আমেৰিকাই বিমানবন্দৰৰ পৰাই কেইবা কোটি টকাৰ আম ঘূৰাই পঠিওৱাৰ খবৰ আহিছে।

আমেৰিকাৰ এই সিদ্ধান্তৰ ফলস্বৰূপে ৰপ্তানিকাৰীসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’ব। প্ৰশ্ন হয়- আমেৰিকা প্ৰশাসনে কিয় হঠাতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে?

ফাইনেন্সিয়েল টাইমছৰ এক প্ৰতিবেদন অনুসৰি চলিত মাহত লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাৰ দৰে আমেৰিকাৰ বিভিন্ন বিমানবন্দৰত ভাৰতৰ পৰা যোৱা কমেও ১৫টা আমৰ চালান বাতিল কৰিছে। ফলত ভাৰতীয় আমৰ ব্যৱসায়ীসকলে ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২.৭২ কোটি টকা লোকচানৰ সন্মুখীন হ’ব।

লক্ষ্যণীয় কথাটো হ’ল আমেৰিকাই এই সিদ্ধান্তৰ পিছত এতিয়া বৃহৎ পৰিমাণৰ আমখিনি ঘূৰাই আনিবলৈ ব্যৱসায়ীসকলে পুনৰ বৃহৎ মাচুল ভৰিব লাগিব। এই পৰিস্থিতিত ৰপ্তানিকাৰকসকলে আমবোৰ আমেৰিকাতেই এৰি দিয়াৰ কথা চিন্তা কৰিছে। তেন্তে কিন্তু কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল? কাৰ দোষ?

ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি নৱী মুম্বাইৰ এটা নিৰ্দিষ্ট কাৰ্যালয়ত যোৱা ৮ আৰু ৯ মে’ত সকলো ৰপ্তানি পদ্ধতি সম্পূৰ্ণ কৰা হৈছিল। কিন্তু আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা বিভাগে ৰপ্তানিৰ নথি-পত্ৰত ভুল আছিল বুলি উল্লেখ কৰি এই বিপুল পৰিমাণৰ আম গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।

আমেৰিকাই কয় যে হয় নতুনকৈ ৰপ্তানি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব নহয় এই বিপুল পৰিমাণৰ আম নিজ দেশলৈ ঘূৰাই আনিব লাগিব নহয়টো নষ্ট কৰিব লাগিব।

ইফালে দেশৰ আম ব্যৱসায়ীসকলে অভিযোগ কৰিছে যে সংশ্লিষ্ট বিভাগৰ কাগজ-পত্ৰৰ ভুলৰ বাবেহে তেওঁলোকে ইমান বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হোৱা ব্যৱসায়ী সকলে লাভ কৰিবনে ক্ষতিপূৰণ? সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Tags: ExportersIndian MangoShipmentsUSA

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025