• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বৰ ১০০ কোটি মুছলমানৰ সমৰ্থন! ২৫ কোটি মুছলমান জনসংখ্যা থকা পাকিস্তানক কেনেকৈ পৰাজিত কৰিব ভাৰতে?

Nation NE by Nation NE
May 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

অপাৰেচন সেন্দুৰৰ পিছত পাকিস্তানক শিক্ষা দিবলৈ কূটনৈতিক অভিযানৰ আৰম্ভ কৰিছে ভাৰতে। ভাৰতৰ পৰা এই ৩৩খন বিদেশী দেশ ভ্ৰমণ কৰিব লগা ৭টা প্ৰতিনিধি দলত ৫৯জন সদস্য আছে। ইয়াৰ ভিতৰত ৫১জন হৈছে সাংসদ। বাকীসকলৰ ভিতৰত আছে প্ৰাক্তন কূটনীতিবিদ। ইয়াৰ ভিতৰত ১০খন ডাঙৰ মুছলমান দেশো অন্তৰ্ভুক্ত।

ভাৰতে বাছি লোৱা ৩৩খন দেশৰ মুছলমান জনসংখ্যা প্ৰায় ৮০-৮৫ কোটি আৰু ভাৰতৰ ২০ কোটি মুছলমান জনসংখ্যা যোগ কৰিলে ১০০ কোটিৰো অধিক হ’ব। এনে পৰিস্থিতিত পাকিস্তানৰ ভাৰত বিৰোধী বৃহৎ অভিযানকো ধ্বংস কৰাৰ কৰিছে।

ভাৰতৰ প্ৰতিনিধি দলটো প্ৰায় ২৫ কোটি জনসংখ্যাৰে বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা দেশ ইণ্ডোনেছিয়ালৈও যাব। ভাৰতীয় দলটোৱে পাকিস্তানক উদঙাই দিবলৈ কুৱেইট আৰু বাহৰেইনৰ লগতে উপসাগৰীয় শক্তিশালী দেশ চৌদি আৰব, ইউ এ ইলৈও যাব। পাকিস্তানক মুকলি সমৰ্থন দিয়াৰ পিছতো ভাৰতেও তুৰ্কিয়ে সাংসদ প্ৰেৰণৰ সিদ্ধান্ত লৈছে।

এছিয়াৰ পিছতে আফ্ৰিকাত মুছলমানৰ সৰ্বাধিক জনসংখ্যা প্ৰায় ২৫ কোটি। ইয়াৰ ভিতৰত আলজেৰিয়া, ইথিওপিয়া, ইজিপ্ত, ছিয়েৰা লিয়ন আৰু লাইবেৰিয়াৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত, য’ত মুছলমান সংখ্যাগৰিষ্ঠ।

মোদী চৰকাৰ অহাৰ পাছতেই চৌদি আৰব, ইউ এ ই আদি উপসাগৰীয় দেশৰ সৈতে ভাৰতৰ সম্পর্ক অধিক সুদৃঢ় হৈ পৰিছে৷ খোদ প্ৰধানমন্ত্ৰী মোদীয়ে বহুবাৰ এই দেশসমূহ ভ্ৰমণ কৰিছে। ইয়াৰ বাবে অশান্তিগ্ৰস্ত পাকিস্তানে মুছলমান জাতিৰ এটা সুকীয়া গোট গঠনৰ চেষ্টা চলাইছে। ইয়াৰ ভিতৰত পাকিস্তান, তুৰ্কিয়ে, আজাৰবাইজানৰ দৰে দেশো অন্তৰ্ভুক্ত। পাকিস্তানৰ দুৰ্বল আৰ্থিক অৱস্থা আৰু সন্ত্ৰাসবাদৰ সৈতে চৰকাৰ-সেনাৰ সম্পৰ্ক বিবেচনা কৰি চৌদি, ইউ এ ইৰ দৰে দেশসমূহে পাকিস্তানৰ পৰা ক্ৰমান্বয়ে আঁতৰি আহিছে।

ইউৰোপৰ বহু বৃহৎ দেশক এই ৩৩খন দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰাটোও এক সুচিন্তিত কৌশলৰ অংশ হিচাপে বিবেচনা কৰা হৈছে। কাশ্মীৰৰ বিষয়ে ইউৰোপীয় দেশসমূহৰ জ্ঞানৰ অভাৱ আৰু সন্ত্ৰাসবাদৰ বিষয়টোৰ প্ৰতি তেওঁলোকৰ উদাসীন মনোভাৱ ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। এনে পৰিস্থিতিত ফ্ৰান্স, জাৰ্মানী, ইটালী-ডেনমাৰ্ক আৰু ইউৰোপীয় সংঘৰ ভ্ৰমণেও যথেষ্ট তাৎপৰ্য বহন কৰে।

ভাৰতে দক্ষিণ এছিয়াৰ দেশসমূহক এই কূটনৈতিক অভিযানৰ পৰা আঁতৰাই ৰাখিছে যদিও ভৱিষ্যতে হয়তো এই দেশসমূহৰ সৈতেও যোগাযোগ স্থাপন কৰিব পাৰে। ৪ কোটি মুছলমান জনসংখ্যা আৰু পাকিস্তানৰ সৈতে সীমান্ত ভাগ কৰা আফগানিস্তানৰ সৈতে ভাৰতে ইতিমধ্যে সান্নিধ্য বৃদ্ধি কৰিছে। বিশ্বৰ এক তৃতীয়াংশ মুছলমান জনসংখ্যা ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশত বাস কৰে।

Tags: IndiamuslimPakistanPOPULATION

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025