• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মোদীৰ পিছত এইবাৰ পাকিস্তানক কঠোৰ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ

Nation NE by Nation NE
May 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মোদীৰ পিছত এইবাৰ পাকিস্তানক কঠোৰ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ পিছত এইবাৰ পাকিস্তানক কঠোৰ ভাষাৰে সকীয়াই দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ এক অনুষ্ঠানত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সেনাৰ পৰাক্ৰমৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে নিৰাপত্তাৰ দিশত ভাৰতৰ কৌশল সলনি হৈছে। কাৰণ শত্ৰুক প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত ভাৰতে নিজৰ পুৰণি কৌশল সলনি কৰিছে। পূৰ্বৰ ৰক্ষণাত্মক স্থিতি এৰি এতিয়া ভাৰত হৈছে আক্ৰণণাত্মক।

উৰি আক্ৰমণৰ পিছত ভাৰতে কৰা চাৰ্জিকেল ষ্ট্ৰাইক ইয়াৰ উদাহাৰণ বুলি উল্লেখ কৰে গৃহমন্ত্ৰী শ্বাহে। এই প্ৰসংগতে তেওঁ শেহতীয়া অপাৰেশ্যন সেন্দূৰৰ সাফল্যৰ কথা বৰ্ণনা কৰি ভাৰতীয় সেনা-বিএছএফ আৰু আৰক্ষীৰ পৰাক্ৰমক ভূয়সী প্ৰসংসা কৰে।

‘১০০ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি পাকিস্তানক দিয়া শিক্ষা’ৰ কথাও উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে পুলৱামা কাণ্ডৰ পিছত ভাৰতে দিয়া প্ৰত্যুত্তৰৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে।

ইয়াৰ উপৰি বাংলাদেশক উদ্দেশ্যিও কঠোৰ বাৰ্তা প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহে কয় যে বাংলাদেশে পাহৰি যাব নালাগে যে তেওঁলোকক স্বাধীন কৰাৰ সময়ত বি এছ এফে কি ভূমিকা গ্ৰহণ কৰিছিল। বাংলাদেশ গঠনত বি এছ এফৰ ভূমিকা অতুলনীয় আছিল আৰু সেই কথা বাংলাদেশে পাহৰি যাব নালাগে।

উল্লেখযোগ্য প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ বৃহস্পতিবাৰে ৰাজস্থানৰ এক অনুষ্ঠানত অংশ লৈ ‘অপাৰেশ্যন সেন্দূৰ’ক ‘ভাৰতীয় ন্যায়ৰ নতুন মুখ’ বুলি অভিহিত কৰিছিল।

Tags: Amit ShahBSFIndian ArmyPakistan

Related Posts

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

শীৰ্ষ সংবাদ

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025