• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰোহিত শৰ্মাৰ উত্তৰসূৰী শুভমন গীল; ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টেষ্ট দল ঘোষণা

Nation NE by Nation NE
May 24, 2025
in Top News, BIG BREAKING, ক্ৰীড়া
0 0
ৰোহিত শৰ্মাৰ উত্তৰসূৰী শুভমন গীল; ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টেষ্ট দল ঘোষণা
Share on FacebookShare on TwitterWhatsApp

প্ৰতীক্ষাৰ অন্ত। ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ১৮ জনীয়া সদস্যৰে গঠিত ভাৰতীয় দল। ইয়াৰ লগে লগে অন্ত পৰিল দীৰ্ঘদিন ধৰি চলি থকা অধিনায়ক কেন্দ্ৰিক জল্পনা কল্পনাৰ। মুখ্য প্ৰশিক্ষক আৰু নিৰ্বাচকে ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ দায়িত্ব প্ৰদান কৰিছে শুভমন গীলক।

উল্লেখ্য যে, অনূৰ্ধ্ব ১৯ আৰু আই পি এলৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে শুভমন গীলৰ। সেয়ে ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে শুভমন গীলকেই বাছনি কৰা হৈছে। ইফালে উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্তক।

আনহাতে ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত ধাৰাবাহিকভাৱে দেখুৱাই অহা উন্নত প্ৰদৰ্শনৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত স্থান পাইছে তামিলনাডুৰ উদীয়মান ক্ৰিকেটাৰ ছাই সুদৰ্শনে। বৰ্তমান ছাই সুদৰ্শন আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ শীৰ্ষ স্থানত আছে।

ইয়াৰ উপৰি দীৰ্ঘদিনৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটিল অনুভৱী বেটাৰ কৰুণ নায়াৰৰ। শেহতীয়া ঘৰুৱা ছিজনত যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াইছিল কৰুণ নায়াৰে। ৩৩ বছৰীয়া কৰুণ নায়াৰে ২০২৭ চনৰ পৰা ভাৰতীয় দলৰ পৰা আঁতৰি আছিল।

ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা ১৮ জনীয়া ভাৰতীয় দল

শুভমন গীল (অধিনায়ক), ঋষভ পন্ত (উপ-অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, অভিমন্যু ঈশ্বৰণ, কৰুণ নায়াৰ, নিতীশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, চাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণা, আকাশ দ্বীপ, অৰ্শদীপ সিং আৰু কুলদীপ যাদৱ।

পাঁচখন মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা আৰম্ভ হ’ব। শৃংখলাটোৰ অন্তিমখন মেচ হ’ব ৩১ জুলাইৰ পৰা।

Tags: India vs EnglandINDIAN TEST TEAMShubman Gill

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025