• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 25, 2025
30 °c
Guwahati
26 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিশা নগাঁৱৰ ৰাজপথত মৃত্যুৰ কিৰিলি; দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিজনৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    কাইলৈ প্ৰধানমন্ত্ৰীৰ ১২২সংখ্যক ‘মন কী বাত’, প্ৰতিটো বুথৰ পৰা উলিওৱা হ’ব ত্ৰিৰংগা যাত্ৰা

    শংকৰজ্যোতিক লৈ ডাঙৰ মন্তব্য উৎপল শৰ্মাৰ, ‘ব্যৱসায়ীক গোষ্ঠীৰ সংঘাত আছুৰ বিষয়বস্তু হ’ব নোৱাৰে’

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পেহেলগাম কাণ্ডত মৃত্যু হোৱা নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ পৰিয়ালক অসম চৰকাৰৰ আৰ্থিক সাহায্য

    অবৈধভাৱে চলা ১৬ খন কৈ ই-ৰিক্সা বাহন জব্দ আৰক্ষীৰ

    উত্তপ্ত দুলীয়াজানৰ ৰাজপথ, তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

    শিক্ষাৰ্থী, ব্যৱসায়ীসকলৰ বাবে দিনটো কেনে যাব; জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে বৃহৎ সাফল্য; BSFৰ গুলীত নিহত এজন পাকিস্তানী

      Nation NE by Nation NE
      May 25, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে বৃহৎ সাফল্য; BSFৰ গুলীত নিহত এজন পাকিস্তানী

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      অপাৰেশ্যন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২৬ আৰু ২৭ মে’ত গৃহ ৰাজ্য গুজৰাটত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট ভ্ৰমণৰ পূৰ্বে পুনৰবাৰ ব্যৰ্থ হৈছে পাকিস্তানৰ ষড়যন্ত্ৰ।

      ভাৰতীয় সীমান্ত বাহিনী চমুকৈ বি এছ এফে যোৱা নিশা গুজৰাট-পাকিস্তান সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা পাকিস্তানৰ এগৰাকী নাগৰিকক গুলীয়াই হত্যা কৰে। বি এছ এফৰ জোৱানে বাৰম্বাৰ সকীয়নি দিয়াৰ পিছতো পাকিস্তানী নাগৰিকজনে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল।

      জানিব পৰা মতে বি এছ এফৰ জোৱানে অনুপ্ৰৱেশকাৰীক কেইবাবাৰো সতৰ্ক কৰি দিছিল যদিও লোকজনে নিৰাপত্তাৰক্ষীৰ কোনো কথা শুনা নাছিল।

      গুজৰাট বি এছ এফ ফ্ৰন্টিয়াৰৰ জনসংযোগ বিষয়াৰ আনুষ্ঠানিক তথ্য অনুসৰি ২৩ মে’ৰ নিশা গুজৰাটৰ বনাছকাণ্ঠা জিলাত ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী বি এছ এফৰ গুলীত নিহত হয়।

      সম্প্ৰতি অনুপ্ৰৱেশকাৰীজনৰ সবিশেষ তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

      Tags: BSFGujratPakistan

      Related Posts

      পুত্ৰৰ বিৰুদ্ধে এক্সন ল’লে লালু প্ৰসাদে, দলৰ পৰা কৰিলে বহিষ্কাৰ!
      Top News

      পুত্ৰৰ বিৰুদ্ধে এক্সন ল’লে লালু প্ৰসাদে, দলৰ পৰা কৰিলে বহিষ্কাৰ!

      May 25, 2025
      নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
      Top News

      ১২২ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত আজি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

      May 25, 2025
      ৪০ৰোৰ্ধৰ পিছত মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায় এই ৫ টা ৰোগৰ সম্ভাৱনা

      ধ্বংস হৈছে  চুবুৰীয়া দেশৰ অৰ্থনীতি! নিমখৰ বাবে চিঞৰ-বাখৰ, প্ৰতি কিলোগ্ৰামৰ দাম শুনিলে  আচৰিত হ’ব আপুনি…

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      সন্ত্ৰাসবাদীৰ সহায়ত বাংলাদেশত ক্ষমতা দখল কৰিছে নেকি ইউনুছে? কি ক’লে হাছিনাই?

      May 25, 2025
      জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হ’ল ভাৰত

      শীৰ্ষ সংবাদ

      পুত্ৰৰ বিৰুদ্ধে এক্সন ল’লে লালু প্ৰসাদে, দলৰ পৰা কৰিলে বহিষ্কাৰ!

      ১২২ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত আজি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

      ৪০ৰোৰ্ধৰ পিছত মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায় এই ৫ টা ৰোগৰ সম্ভাৱনা

      ধ্বংস হৈছে চুবুৰীয়া দেশৰ অৰ্থনীতি! নিমখৰ বাবে চিঞৰ-বাখৰ, প্ৰতি কিলোগ্ৰামৰ দাম শুনিলে আচৰিত হ’ব আপুনি…

      সন্ত্ৰাসবাদীৰ সহায়ত বাংলাদেশত ক্ষমতা দখল কৰিছে নেকি ইউনুছে? কি ক’লে হাছিনাই?

      জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হ’ল ভাৰত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist