• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪ হাজাৰৰো অধিক ৰান, ৩৭টা শতক… ঘৰুৱা ক্ৰিকেটৰ এইগৰাকী তাৰকাৰ অৱসৰ ঘোষণা

Nation NE by Nation NE
May 27, 2025
in Top News, ক্ৰীড়া
0 0
১৪ হাজাৰৰো অধিক ৰান, ৩৭টা শতক… ঘৰুৱা ক্ৰিকেটৰ এইগৰাকী তাৰকাৰ অৱসৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ অনুভৱী অপেনাৰ প্ৰিয়াংক পাঞ্চালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। পাঞ্চালে ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ইণ্ডিয়া এ আৰু গুজৰাট দলৰ নেতৃত্বৰ দায়িত্বও পালন কৰিছিল।

২০১৬/১৭ চনত ৰঞ্জি ট্ৰফী খিতাপ জয় কৰা ৰাজ্যিক দলৰ অংশ আছিল প্ৰিয়াংক। খিতাপ দখল কৰা ছিজনটোত পাঞ্চালে ৮৭.৩৩ গড়ে ১৩১০ ৰান সংগ্ৰহ কৰিছিল, যিটো আছিল প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

ঘৰুৱা ক্ৰিকেটত ১৭ বছৰীয়া কেৰিয়াৰ আৰু প্ৰায় ৯ হাজাৰ ৰান সংগ্ৰহ কৰিও প্ৰিয়াংক পাঞ্চালে ভাৰতীয় দলত খেলাৰ সুযোগ লাভ নকৰিলে।

গুজৰাটৰ হৈ ঘৰুৱা ক্ৰিকেটত সৰ্বাধিক প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰাৰ অভিলেখো আছে ৩৫ বছৰীয়া প্ৰিয়াংকৰ নামত।

সোঁহতীয়া অপেনাৰগৰাকীয়ে ২০১৫/১৬ বিজয় হাজাৰে ট্ৰফী আৰু ২০১২/১৩ আৰু ২০১৩/১৪ বৰ্ষৰ চৈয়দ মুস্তাক আলী ট্ৰফী জয়ী হোৱা গুজৰাট দলৰ অংশও আছিল।

পাঞ্চালে সোমবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এটা আৱেগিকভৰা প’ষ্টৰ জৰিয়তে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, প্ৰিয়াংক পাঞ্চালে প্ৰথম শ্ৰেণী ক্ৰিকেটত ২৯টা শতক আৰু ৩৪টা অৰ্ধশতকৰ সহায়ত ৮৮৫৬ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ হৈছে ৩১৪। ইয়াৰ উপৰি লিষ্ট এ ক্ৰিকেটত ৮টা শতক আৰু ২১টা অৰ্ধশতকৰ সহায়ত ৩৬৭২ ৰান সংগ্ৰহ কৰিছে। ইফালে ৫৯টা টি-২০ ইনিংছত ৯টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছে মুঠ ১৫২২ ৰান।

শেষৰখন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পাঞ্চালে কেৰালাৰ বিৰুদ্ধে ১৪৮ ৰানৰ ইনিংছ খেলিছিল।

উল্লেখ্য যে, ২০২১ চনত টেষ্ট কেপ লাভ কৰাৰ সপোন জাগ্ৰত হৈছিল পাঞ্চালৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলটোত উপ-অধিনায়ক ৰোহিত শৰ্মা আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱাত বিচিচিআইয়ে প্ৰিয়াংক পাঞ্চালক দলত স্থান দিছিল। কিন্তু টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ সপোন পূৰণ নহ’ল পাঞ্চালৰ। ইয়াৰ উপৰি এই বেটছমেনজনে কেতিয়াও আই পি এলত খেলাৰ সুযোগ লাভ নকৰিলে।

Tags: Domestic PlayerGujratPriyank Panchal

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025