• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 28, 2025
28 °c
Guwahati
29 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

    দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      BSFৰ আক্ৰমণত ধ্বংস পাকিস্তানৰ ৭২টা পোষ্ট; অপাৰেশ্যন সিন্দূৰৰ নতুন ভিডিঅ’…

      Nation NE by Nation NE
      May 27, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      BSFৰ আক্ৰমণত ধ্বংস পাকিস্তানৰ ৭২টা পোষ্ট; অপাৰেশ্যন সিন্দূৰৰ নতুন ভিডিঅ’…
      Share on FacebookShare on TwitterWhatsApp

      জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটী ধ্বংস কৰিবলৈ চলাইছিল অপাৰেশ্যন সিন্দূৰ। ভাৰতৰ এই অভিযান সন্দৰ্ভত প্ৰতিদিনে পোহৰলৈ আহিব ধৰিছে ন ন তথ্য।

      প্ৰথমে সেনাৰ তৰফৰ পৰা ভিডিঅ’ আৰু ফটো মুকলি কৰি এই অভিযানৰ বিষয়ে ৰাজহুৱা কৰিছিল তথ্য। এইবাৰ বি এছ এফে অপাৰেশ্যন সিন্দূৰৰ নতুন ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰিছে যে বি এছ এফে পাকিস্তানৰ ৭২টা পোষ্ট ধ্বংস কৰিছে।

      ২৭ মে’ অৰ্থাত মঙলবাৰে প্ৰকাশ পোৱা অপাৰেশ্যন সিন্দূৰৰ এটা নতুন ভিডিঅ’ত দেখা গৈছে যে পাকিস্তানৰ ভূখণ্ডৰ গভীৰতম সন্ত্ৰাসবাদী শিবিৰত বি এছ এফে নিখুঁত আক্ৰমণ চলাইছে। পাকিস্তানী ৰেঞ্জাৰসকলে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰি থকা দেখা গৈছে আৰু সন্ত্ৰাসবাদীৰ স্থানসমূহো ধ্বংস কৰা দেখা গৈছে।

      সংবাদ মাধ্যমক সম্বোধন কৰি বি এছ এফৰ জম্মু সীমান্তৰ মহাপৰিদৰ্শক শশাংক আনন্দে কয় যে বি এছ এফে লোনী, মস্তপুৰ, ছাব্বৰাকে ধৰি আখনুৰ, চাম্বা আৰু আৰ এছ পুৰা ছেক্টৰত কেইবাটাও সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰে।

      তেওঁ কয়, ‘৯-১০ মে’ত পাকিস্তানে আখনুৰ ছেক্টৰত অপ্ৰৰোচিত গুলীচালনা আৰম্ভ কৰি বি এছ এফৰ পোষ্টসমূহক লক্ষ্য কৰি লৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি লস্কৰ-ই-তৈবাৰ লোনী লঞ্চ পেডত আক্ৰমণ কৰি যথেষ্ট ক্ষতিসাধন কৰিছিলো।’

      তেওঁ কয়, ‘আমি ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে শত্ৰুৰ কেইবাটাও পোষ্ট, টাৱাৰ আৰু বাংকাৰ ধ্বংস কৰিলো। প্ৰায় ৭২টা পাকিস্তানী পোষ্ট আৰু ৪৭টা ফৰৱাৰ্ড পোষ্টক লক্ষ্য কৰি লোৱা হয়। বিএছএফৰ কোনো ধৰণৰ সম্পত্তি বা আন্তঃগাঁথনিৰ ক্ষতি হোৱা নাছিল।’

      পাকিস্তানক বিশ্বাস কৰিবলৈ অত্যন্ত কঠিন বুলি উল্লেখ কৰি মহাপৰিদৰ্শক শশাংক আনন্দে কয় যে এতিয়াও অপাৰেশ্যন সিন্দূৰ চলি আছে।

      Tags: BSFOperation SindoorPakistan

      Related Posts

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      এই অভ্যাসৰ বাবে শৰীৰত দ্ৰুতগতিত বৃদ্ধি পায় কলেষ্টেৰ’ল, কেনেকৈ সকাহ পাব ইয়াৰ পৰা?

      July 28, 2025
      বাজিব চাইৰেন , ১ আগষ্টত অনুষ্ঠিত হ’ব ‘মক ড্ৰিল’, ৰাইজৰ ওচৰত এই আহ্বান চৰকাৰৰ

      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      গাজাত অনাহাৰৰ সৈতে মোকাবিলা কৰিবলৈ ইজৰাইলৰ বৃহৎ ঘোষণা- ‘এই ৩ অঞ্চলত নহয় কোনো আক্ৰমণ’

      July 28, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 28, 2025
      ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ
      Top News

      ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

      July 27, 2025
      বৰ্তমানৰ জনপ্ৰিয় পৰ্যটনস্থলী মালদ্বীপ পূৰ্বতে আছিল নেকি বৌদ্ধ ৰাষ্ট্ৰ? কি কয় পুৰাত্তত্ববিদে…

      শীৰ্ষ সংবাদ

      এই অভ্যাসৰ বাবে শৰীৰত দ্ৰুতগতিত বৃদ্ধি পায় কলেষ্টেৰ’ল, কেনেকৈ সকাহ পাব ইয়াৰ পৰা?

      বাজিব চাইৰেন , ১ আগষ্টত অনুষ্ঠিত হ’ব ‘মক ড্ৰিল’, ৰাইজৰ ওচৰত এই আহ্বান চৰকাৰৰ

      গাজাত অনাহাৰৰ সৈতে মোকাবিলা কৰিবলৈ ইজৰাইলৰ বৃহৎ ঘোষণা- ‘এই ৩ অঞ্চলত নহয় কোনো আক্ৰমণ’

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      ট্ৰাম্প প্ৰশাসনৰ বাজেট কৰ্তনৰ বাবে পদত্যাগ কৰিবলগীয়া হোৱা নাছাৰ ৩,৮৭০ কৰ্মচাৰীয়ে এৰিব চাকৰি

      ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist