• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

থানা এৰি আৰক্ষী উঠিল গছত, শ্বোলে চিনেমাৰ ‘বীৰু’ৰ দৰে কাণ্ড!

Nation NE by Nation NE
May 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
থানা এৰি আৰক্ষী উঠিল গছত, শ্বোলে চিনেমাৰ ‘বীৰু’ৰ দৰে কাণ্ড!
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে হিমাচল প্ৰদেশৰ চাম্বা জিলাত পোহৰলৈ আহে এক চাঞ্চল্যকৰ ঘটনা। জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিশেষ আৰক্ষী জোৱানৰ কাণ্ডই মূৰৰ কামোৰণি হৈ পৰিল সকলোৰে বাবে। বিধায়কৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আৰু চাম্বা আৰক্ষীলৈকে সকলোৱে দৌৰিবলৈ বাধ্য হল এই জোৱানৰ কাণ্ডত।

জম্মুৰ কথুৱাৰ পৰা হিমাচলৰ চাম্বাত শ্যাম লাল নামৰ এজন জোৱানে গছত উঠি নিজকে শেষ কৰাৰ ভাবুকি দিয়ে সকলোকে।যেনেকৈ শ্বোলে চিনেমাত বীৰুৱে টেংকত উঠিছিল, ঠিক তেনেকৈ শ্যাম লালেও গছত উঠি প্ৰতিবাদ কৰে।

অৱশেষত ৫ ঘণ্টাৰ কষ্টৰ অন্তত তেওঁক নমাই অনা হয়।

তথ্য অনুসৰি, এই ঘটনা সংঘটিত হৈছে চাম্বাৰ ডালহাউছিৰ বানিখেট-খেৰী পথৰ বাদেৰুৰ সমীপত। চৰকাৰ আৰু বিভাগ সকলোৱে তেওঁক আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে এছ পি অ’ শ্যাম লালে। ৪৮ বছৰীয়া শ্যাম লালৰ অভিযোগ যে, ক’ভিড-১৯ৰ পিছৰে পৰা তেওঁৰ দৰমহা ১৮,০০০ ৰ পৰা ৪০০০ হয়। আনকি তেওঁ কোনো ভাট্টাও পোৱা নাই। যাৰ বাবে ২৭ মে’ত ৪ বজাত গছত উঠি এই ভাবুকি উত্থাপন কৰে ভুক্তভোগীয়ে।

আনহাতে বাণীখেত আউটপোষ্টৰ পৰা আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য নিৰাপত্তা বাহিনীকো মাতি অনা হয়। কিন্তু তেওঁ কাৰো কথা শুনিবলৈ সাজু নহয়। শেষত বিধায়কৰ আহি আশ্বাস দিয়াৰ পিছতহে গছৰ পৰা নামি আহে।

বিধায়ক ৰামেশ্বৰ সিঙে কয় যে, তেওঁৰ দাবী ন্যায্য। পূৰ্বতে তেওঁ ১৮ হাজাৰ টকাৰ দৰমহা লাভ কৰিছিল, কিন্তু এতিয়া তেওঁৰ দৰমহা ৪ হাজাৰ টকালৈ হ্ৰাস পাইছে। অৱশ্যে বিধায়কগৰাকীয়ে শ্যাম লালে গ্ৰহণ কৰা পদ্ধতি ভুল বুলি উল্লেখ কৰে।

Tags: PoliceProtestSHIMLA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025