• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ স্বপ্ন ভংগ হ’ব নেকি RCBৰ! IPLৰ এটা নিয়মৰ বাবে বিপদত পৰিব পাৰে কোহলী বাহিনী

Nation NE by Nation NE
May 29, 2025
in Top News, ক্ৰীড়া
0 0
পুনৰ স্বপ্ন ভংগ হ’ব নেকি RCBৰ! IPLৰ এটা নিয়মৰ বাবে বিপদত পৰিব পাৰে কোহলী বাহিনী
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ চলিত ছিজনৰ প্ৰথমখন কোৱালিফায়াৰ মেচত আজি মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে পঞ্জাৱ কিংছ আৰু দ্বিতীয় স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

২০১৬ চনৰ পৰা আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই আৰ চি বি। এই দলটোৱে খিতাপ দখলৰ পৰাও বঞ্চিত হৈ আছে। ১৭ বছৰীয়া প্ৰতিক্ষাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে খিতাপ দখলৰ সুৱৰ্ণ সুযোগ আৰ চি বিৰ হাতত।

কিন্তু আই পি এলত এনেকুৱা এক নিয়ম আছে যাৰ বাবে আৰ চি বি আৰু দলটোৰ সমৰ্থকৰ স্বপ্ন ভংগ হোৱাৰো সম্ভাৱনা আছে।

উল্লেখ্য যে, যদি বৰষুণৰ বাবে বা আন কোনো কাৰণত পঞ্জাৱ-বাংগালুৰুৰ মেচখন বাতিল হয়, তেন্তে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বিপদত পৰিব পাৰে।

আই পি এলৰ নিয়ম অনুসৰি যদিহে প্ৰথমখন কোৱালিফায়াৰ মেচ বাতিল হয়, তেন্তে পইণ্ট টেবুলত নেট ৰান ৰেট উন্নত দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। যদিহে আজিৰ মেচখনো বাতিল হয় তেন্তে চলিত ছিজনৰ পইণ্ট তালিকাৰ নেট ৰান ৰেটৰ শীৰ্ষত থকা পঞ্জাব কিংছে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব।

আৰচিবি আৰু পঞ্জাৱ দুয়োটা দলেই ১৯-১৯ পইণ্ট লাভ কৰিছিল যদিও নেট ৰান ৰেটৰ বাবে পঞ্জাৱ (+০.৩৭২) বাংগালুৰুতকৈ (+০.৩০১) আগত আছে।

এনে পৰিস্থিতিত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ চেম্পিয়ন হোৱাৰ সপোন ভংগ হ’ব পাৰে যদিও ফাইনেলত প্ৰৱেশৰ আশা সম্পূৰ্ণৰূপে শেষ নহ’ব। কোৱালিফায়াৰ মেচ বাতিল হ’লে পঞ্জাব পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব। আনহাতে, পইণ্ট তালিকাৰ শীৰ্ষ ২ স্থানত থকাৰ বাবে আৰ চি বিয়ে ফাইনেলত প্ৰৱেশৰ দ্বিতীয়টো সুযোগ লাভ কৰিব।

পঞ্জাৱৰ বিৰুদ্ধে পৰাস্ত হ’লে এলিমিনেটৰ মেচত জয়ী হোৱা দলটোৰ মুখামুখি হ’ব আৰ চি বি আৰু সেই মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব। প্ৰথমখন এলিমিনেটৰ মেচত মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ।

Tags: IPLRCBRCB vs PBKS

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025