• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…

Nation NE by Nation NE
May 30, 2025
in Top News, অসম
0 0
নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

এইবাৰ সম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল। তথ্য অনুসৰি, এইবাৰ স্নাতক পৰ্যায়ৰ সৰ্বমুঠ ৮,২৩০টা শিক্ষকৰ পদ আছে। ইয়াৰে চৰকাৰী শিক্ষানুষ্ঠানত আছে ২২৬টা স্নাতক শিক্ষকৰ পদ আৰু প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত স্নাতক শিক্ষকৰ মুঠ পদ ৮,০০৪টা।

এইবাৰ স্নাতকোত্তৰ শিক্ষকৰ সৰ্বমুঠ ১,৪৮৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা। ইয়াৰে ১,৩৮৫ টা পদ প্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে আছে ১০২টা PGT পদ।

ৰাজ্যৰ ৬টা মণ্ডলত সম্পন্ন হ’ব নথি-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া। এই তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ (মহানগৰ) আৰু বঙাইগাঁও জিলাৰ নাম অন্তর্ভুক্ত হৈ আছে।

এইবাৰ-

  • চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব সকলো নথি-পত্ৰৰ পৰীক্ষণ প্ৰক্ৰিয়া
  • প্রথম পর্যায়ত স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ বাছনি প্রক্রিয়া সম্পন্ন হ’ব
  • এটা পদৰ বাবে কেৱল এজন প্রার্থীয়েহে লাভ কৰিব বাছনি
  • নির্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব TRTৰ দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰ
  • ইয়াৰ পাছতে মাণ্ডলিক পর্যায়ত সম্পন্ন হ’ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্রক্রিয়া
  • কেৱল অৰ্হতাসম্পন্ন প্রার্থীয়েহে সংগ্রহ কৰিব পাৰিব প্ৰৱেশ-পত্ৰ
  • assam.gov.inত উপলব্ধ হ’ব প্ৰৱেশ-পত্ৰ
  • ১৯ জানুৱাৰীত সম্পন্ন লিখিত পৰীক্ষাৰ নম্বৰৰ তালিকাও পাব এই ৱেবছাইটটোত

Tags: #Assam#ExamTET

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025