• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, June 5, 2025
28 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰবঞ্চনা! প্ৰেমিকে দিয়া ধন লৈ নতুন প্ৰেমিকেৰে পলায়ন যুৱতীৰ

      Nation NE by Nation NE
      June 2, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      প্ৰবঞ্চনা! প্ৰেমিকে দিয়া ধন লৈ নতুন প্ৰেমিকেৰে পলায়ন যুৱতীৰ
      Share on FacebookShare on TwitterWhatsApp

      কানাডাৰ এক কাহিনী পোহৰলৈ আহিছে, যি কোনো ছবিতকৈ কম নহয়। নিজ প্ৰেমিকাক বিশ্বাস কৰি বিপদত এজন যুৱক। বিশ্বাসঘটকতাই অতিক্ৰম কৰিলে চৰম সীমা।

      এই ঘটনা সংঘটিত হৈছে কানাডাৰ ৱিনিপেগত। লৰেন্স কেম্পবেল নামৰ এজন ব্যক্তিয়ে নিজৰ প্ৰেমিকাক বিশ্বাস কৰি প্ৰতাৰণাৰ সন্মুখীন হৈছে। ২০২৪ চনত কেম্পবেলে ৫০ লাখ কানাডিয়ান ডলাৰ অৰ্থাৎ প্ৰায় ৩০ কোটি টকাৰ লটাৰী লাভ কৰিছিল। কিন্তু সেই ধন হাতত পাবলৈ গৈ সমস্যাত পৰে যুৱকজন। কিয়নো তেওঁৰ হাতত নাছিল কোনো বৈধ পৰিচয় পত্ৰ। লটাৰীৰ বিষয়াসকলে তেওঁক নিজৰ ঠাইত পুৰস্কাৰৰ বাবে কোনোবা এজনক মনোনীত কৰিবলৈ পৰামৰ্শ দিছিল।

      যাৰ বাবে কেম্পবেলে পলম নকৰাকৈয়ে নিজৰ প্ৰেমিকা ক্রিষ্টেলৰ সেই ধন আদায় কৰিবলৈ গৈছিল। কেম্পবেল আৰু মেকে সেই সময়ত একেলগে বাস কৰিছিল আৰু তেওঁলোকৰ সম্পৰ্ক আছিল ডেৰ বছৰতকৈও অধিক পুৰণি। কেম্পবেলৰ বেংক একাউণ্টো নাছিল, সেয়েহে তেওঁ সমগ্ৰ ধন মেকেৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিছিল।

      কিন্তু ইয়াৰ পিছতে এই কাহিনীত আহিল টুইষ্ট। কিয়নো কেইদিনমানৰ পিছতেই হঠাতে নোহোৱা হৈ গ’ল প্ৰেমিকা ক্রিষ্টেল। যেতিয়া কেম্পবেলে প্ৰেমিকাক বিচাৰি যায়, তেতিয়া তেওঁ গম পায় যে মেকে আন এজন মানুহৰ লগত থাকে আৰু তেওঁ নিজৰ প্ৰাক্তন প্ৰেমিকক সকলো ঠাইৰ পৰা ব্লক কৰি দিয়ে।

      উপায়ন্তৰ হৈ আদালতৰ কাষ চাপিলে প্ৰেমিক লৰেন্স কেম্পবেলে।

      Tags: CanadacheatCouple

      Related Posts

      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025
      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ ডাঙৰ খবৰ; এজাহাৰ দাখিল এইসকল লোকৰ বিৰুদ্ধে… জানক সবিশেষ

      June 5, 2025
      আই পি এলৰ সফল সমাপ্তিৰ পিছতেই মেচ ফিক্সিঙত দোষী সাব্যস্ত হ’ল এইগৰাকী ক্ৰিকেটাৰ

      ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে ইংলেণ্ড দল ঘোষণা

      আপোনাৰো সঘনাই ডিঙিৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণসমূহ…

      শীৰ্ষ সংবাদ

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      বাংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ ডাঙৰ খবৰ; এজাহাৰ দাখিল এইসকল লোকৰ বিৰুদ্ধে… জানক সবিশেষ

      আই পি এলৰ সফল সমাপ্তিৰ পিছতেই মেচ ফিক্সিঙত দোষী সাব্যস্ত হ’ল এইগৰাকী ক্ৰিকেটাৰ

      ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে ইংলেণ্ড দল ঘোষণা

      আপোনাৰো সঘনাই ডিঙিৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণসমূহ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist