• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

Nation NE by Nation NE
June 4, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ দখলৰ পাছতেই আজি কৰ্ণাটকৰ বাংলাগালুৰত আয়োজন কৰা বিজয় উৎসৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত অজস্ৰ অনুৰাগী সমবেত হোৱাৰ সময়তে সংঘটিত পদপিষ্টৰ ঘটনাত ১১ জন অনুৰাগীৰ মৃত্যু হয়।

এই ঘটনাত আন ২৫ গৰাকীৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। ইফালে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

জানিব পৰা অনুসৰি, চিন্নাস্বামী ষ্টেডিয়ামৰ মূল প্ৰৱেশ দ্বাৰত এই ঘটনা সংঘটিত হৈছে।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, হাজাৰ হাজাৰ লোকে তেওঁলোকৰ প্ৰিয় দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক শুভেচ্ছা জনাবলৈ উপস্থিত হৈছিল। এই সময়তে ভিৰ নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ ফলত এই পদপিষ্টৰ ঘটনা সংঘটিত হয়।

ইফালে আহতসকলক ততাতয়াকৈ এম্বুলেঞ্চৰ জৰিয়তে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলত থকা আন লোকসকলে আহত লোকসকলক সহায় তথা উদ্ধাৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই আই পি এল ২০২৫ত ঐতিহাসিক জয়ৰ পিছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে, য’ত লাখ-লাখ অনুৰাগী উপস্থিত হয়।

Tags: #StampedeChinnaswamy StadiumRCBVictory ParadeVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025