• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

Nation NE by Nation NE
June 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
Share on FacebookShare on TwitterWhatsApp

ৰিপাব্লিকান টেক্স বিলক কেন্দ্ৰ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু টেছলাৰ মুৰব্বী এলন মাস্কৰ মাজত বৃদ্ধি পাইছে সংঘাত। ড’নাল্ড ট্ৰাম্পক উভতি ধৰি এলন মাস্কে কয় যে যদি তেওঁ ড’নাল্ড ট্ৰাম্পক সহায় নকৰিলেহেঁতেন তেন্তে ট্ৰাম্প নিৰ্বাচনত জয়ী নহ’লহেঁতেন।

এলন মাস্কে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, ‘মোৰ অবিহনে ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন, ডেম’ক্ৰেটসকলে হাউছ নিয়ন্ত্ৰণ কৰিলেহেঁতেন আৰু ৰিপাব্লিকানসকলে চেনেটত ৫১-৪৯ ব্যৱধানত থাকিলহেঁতেন।’

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে কৈছিল যে এলন মাস্কে ৰিপাব্লিকান দলৰ কৰ বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে তেওঁ অতি হতাশ।

ট্ৰাম্পে লগতে কটাক্ষ কৰি কৈছিল যে এলন মাস্কে হোৱাইট হাউছক মিছ কৰে আৰু ট্ৰাম্প ডিৰেঞ্জমেণ্ট চিণ্ড্ৰমত আক্ৰান্ত। এটা আগশাৰীৰ সংবাদ সংস্থাত প্ৰকাশ পোৱা ট্ৰাম্পৰ মন্তব্য, ‘এলনৰ ওপৰত মই অতি হতাশ। মই এলনক বহুত সহায় কৰিছো।’

কিছুদিন পূৰ্বে টেছলাৰ চিইঅ’ই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্পেণ্ডিং বিলৰ বিৰোধিতা কৰি ইয়াক ঘৃণনীয় বুলি অভিহিত কৰাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধুৰূপে পৰিচিত এলন মাস্কক সমালোচনা কৰিছে।

এই সন্দৰ্ভত মাস্কে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছিল যে মই দুঃখিত কিন্তু মই সহ্য কৰিব নোৱাৰো। স্পেণ্ডিং বিলখন ঘৃণনীয়। এই বিধেয়কখনৰ সমৰ্থনত ভোট দিয়া লোকসকল লজ্জাজনক: আপোনালোকে জানে যে আপোনালোকে ভুল কৰিলে।

Tags: Donald trumpElon MuskUSA

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025