• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
31 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

      Nation NE by Nation NE
      June 8, 2025
      in Top News, অসম
      0 0
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Share on FacebookShare on TwitterWhatsApp

      ৰাজ্যত ঈদ-উজ-জোহা উদযাপনৰ মাজতে সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে নিষিদ্ধ মাংস উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে।

      এইসমূহ হৈছে-

      ঘটনা ১- গুৱাহাটীত ঈদৰ উদযাপনৰ মাজতে দুৰ্বৃত্তই কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল ৰোডৰ চৌপাশত উদ্ধাৰ হয় নিষিদ্ধ মাংস। এই নিষিদ্ধ মাংস উদ্ধাৰক লৈ বিশ্ববিদ্যালয়খনত বিৰাজ কৰে তীব্ৰ চাঞ্চল্যৰ।ডাষ্টবিনৰ স্থানত মুকলিকৈ পেলাই থয় এই অৱশিষ্টসমূহ। ছাত্ৰ-ছাত্ৰীসকলে পথৰ কাষত এইবোৰ দেখা পাই ঘটনাটো সন্দৰ্ভত প্ৰশাসনক সকীয়াই তোলে। কোনো দুষ্ট চক্ৰই এনেদৰে পথৰ কাষত নিষিদ্ধ মাংস পেলাই যোৱাৰ সন্দেহ। প্ৰশাসনক তদন্ত কৰাৰ আহ্বান স্থানীয়ৰ লগতে সকলো কটনিয়ানৰ।

      ঘটনা ২- কটনৰ পিছত জালুকবাৰীত হয় নিষিদ্ধ মাংস। জালুকবাৰীৰ এটা শিৱ মন্দিৰৰ সমীপৰ নলাত কোনো অজ্ঞাত লোকে এই মাংস পেলাই থৈ যোৱাৰ সন্দেহ।

      ঘটনা ৩- ধুবুৰী এটি মন্দিৰত সন্দেহজনক নিষিদ্ধ মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দুষ্কৃতিকাৰীয়ে বজৰংবলী মন্দিৰৰ চৌহদত এই নিষিদ্ধ মাংস ৰাখি থোৱাৰ অভিযোগ।

      উক্ত মন্দিৰৰ চৌহদৰ পৰা এই মাংস উদ্ধাৰৰ পাছতে পথ অৱৰোধ কৰি প্ৰতিবাদ হিন্দু ধৰ্মালম্বী লোকৰ। যেতিয়ালৈকে এই দুষ্কৃতিকাৰীক আৰক্ষীয়ে আটক নকৰে, সেই স্থানৰ পৰা এই নিষিদ্ধ মাংস লৈ যাব দিয়া নহ’ব বুলি হুংকাৰ ৰাইজৰ৷

      ঘটনাস্থলীত উপস্থিত হয় ধুবুৰীৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি উপস্থিত আৰক্ষীৰ উচ্চ-পদস্থ বিষয়া। টায়াৰ জ্বলাই প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ।

      ঘটনা ৪- আনহাতে হোজাইতো হৈছে আৰক্ষীৰ লাঠী চার্জ। বৰপুখুৰীত পথৰ ওপৰত নিষিদ্ধ মাংস পেলাই থৈ যোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। বৰপুখুৰীত হিন্দু সকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ভূঞাপট্টিত স্থানীয় মুছলমান লোকে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

      পৰৱৰ্তী সময়ত আৰক্ষী ভূঞা পট্টিত উপস্থিত হৈ নিয়ন্ত্ৰনৰ চেষ্টা চলাই যদিও পৰিস্থিতি অধিক ভয়ানক হোৱাত আৰক্ষীয়ে লাঠি চার্জ কৰি ছত্ৰ ভংগ দিয়ে প্ৰতিবাদ কাৰীক।

      হোজাইৰ এই ঘটনাক কেন্দ্ৰ কৰি উপস্থিত আই জি পি অখিলেশ সিং। ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰি ঘটনাৰ বুজ লয় সিঙে। উক্ত ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ফালৰ পৰা সকলো ধৰণৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে। লগতে বৰপুখুৰী অঞ্চলৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ তহলৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব দিয়ে আই জি পি গৰাকীয়ে। তদন্ত ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ কৰিছে আৰম্ভ।

      ইয়াৰোপৰি কাছাৰ আৰু শ্ৰীভূমিতো অবৈধভাৱে বধ কৰা নিষিদ্ধ মাংস পোৱা গৈছে।

      এই সমগ্ৰ কাণ্ডসমূহত আৰক্ষীয়ে ইতিমধ্যে জনক আটক কৰিছে। ২০২১ চনতে অসম গৰু সুৰক্ষা আইনৰ অধীনত অবৈধ বধৰ বিৰুদ্ধে শক্তিশালী আইনী নীতি প্ৰণয়ণৰ পিছতো অসমত বিভিন্ন স্থানত হোৱা এনেধৰণৰ ঘটনাত ক্ষোভিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

      Tags: #Assam#EidIllegal

      Related Posts

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025

      শীৰ্ষ সংবাদ

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist