• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BTC নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নহয় বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ

Nation NE by Nation NE
June 11, 2025
in Top News, BIG BREAKING, অসম, ৰাজনীতি
0 0

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

সমাগত বি টি চি নিৰ্বাচনক লৈ বড়োলেণ্ডত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বি টি চিৰ শাসনভাৰ দখল কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিছে প্ৰস্তুতি। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া এই বি টি চি নিৰ্বাচনক লৈ এতিয়া বিশেষ দৃষ্টি নিৱদ্ধ হৈ আছে ৰাজ্যবাসীৰ।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে আঞ্চলিক দল অগপৰ সৈতে মিত্ৰতা কৰিছিল যদিও এইবাৰ মিত্ৰতা অবিহনেই বি টি চি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। বিজেপিয়ে কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলি পুনৰবাৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি দৰঙত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মিত্ৰতা অবিহনেই সমাগত বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। দিল্লী-দিশপুৰত মিত্ৰতা থাকিলেও কোকৰাঝাৰত কোনো ধৰণৰ মিত্ৰতা নহয়।’

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ৰাজনৈতিক মিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু যদি এই সন্দৰ্ভত কিবা আলোচনা হয়ো তেন্তে সেয়া বি টি চি নিৰ্বাচনৰ পিছতহে হ’ব।

ইফালে মিত্ৰদল ইউ পি পি এলৰ সৈতে নিৰ্বাচনী মিত্ৰতা নহ’লেও দলটোৰ সৈতে বিজপিয়ে কোনোধৰণৰ সংঘাতত লিপ্ত নহয় বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, চলিত বছৰৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৪০খন আসনযুক্ত বি টি চি নিৰ্বাচনত ইউ পি পি এল, বিজেপি, বি পি এফ, অগপকে ধৰি আন কেইবাটাও ৰাজনৈতিক দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

বিজেপিয়ে ২৬ৰ পৰা ২৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অগপই ১০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চলিছে চৰ্চা। স্মৰ্তব্য যে নিৰ্বাচনৰ পিছত বিজেপিয়ে যিকোনো দলৰ সৈতেই মিত্ৰতা কৰিব পাৰে বুলিও ইংগিত দি থৈছে। অৰ্থাত ইউ পি পি এলৰ সমান্তৰালকৈ বি পি এফৰ সৈতে মিলিও বি টি চি দখল কৰিব পাৰে বিজেপিয়ে।

Tags: BJPBPFBTCHimanta Biswa SarmaUPPL

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025