• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ; বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক

Nation NE by Nation NE
June 12, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
আহমেদাবাদলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ; বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক
Share on FacebookShare on TwitterWhatsApp

আজি দুপৰীয়া ১.৩৮ বজাত গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ কিছু নতুন তথ্য পোহৰলৈ আহিছে। দুৰ্ঘটনাত পতিত হোৱা বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয় যাত্ৰী। ইয়াৰ উপৰি ৫৩ গৰাকী ব্ৰিটিছ, এজন কানাডাৰ আৰু এজন পৰ্তুগালৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

বৰ্তমান আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত অব্যাহত আছে সাহায্য আৰু উদ্ধাৰ অভিযান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নায়ডুৰ সৈতে ফোনযোগে দুৰ্ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰে। দুয়োজন কেন্দ্ৰীয় মন্ত্ৰীকে আহমেদাবাদলৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আহমেদাবাদলৈ ৰাওনা হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে কয় যে, ‘অতি দুখেৰে জনাও যে, আজি আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়াৱহ কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে পৰিয়াল আৰু আপোনজনৰ সৈতে আমি আছো।’

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে উৰণৰ কিছু সময় পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই বিমানবন্দৰৰ পৰা কিছু নিলগত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী।

অৱশ্যে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা এই পৰ্যন্ত দুৰ্ঘটনাটোত কিমান লোকৰ প্ৰাণ গৈছে সেই কথা এই পৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই।

Tags: AhmedabadAir IndiaAmit ShahNarendra ModiPlane Crash

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025