• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মাৰ্কৰামে ৰচিলে ইতিহাস; ভংগ হ’ল শচীনৰ অভিলেখ

Nation NE by Nation NE
June 15, 2025
in Top News, ক্ৰীড়া
0 0
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মাৰ্কৰামে ৰচিলে ইতিহাস; ভংগ হ’ল শচীনৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্কৰামে ইতিহাস ৰচিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত মাৰ্কৰামে খেলা ১৩৬ ৰানৰ দৰ্শনীয় ইনিংছে সকলোকে মোহাচ্ছন্ন কৰে। মাৰ্কৰামে ২০৭টা বলত ১৪টা চাৰিৰ সহায়ত ১৩৬ ৰানৰ ইনিংছ খেলে।

মাৰ্কৰামৰ এই ঐতিহাসিক ইনিংছৰ সহায়তেই দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই ইনিংছটোৰ জৰিয়তে মাৰ্কৰামে ভংগ কৰে ক্ৰিকেট জগতৰ কিম্বদন্তী শচীন তেণ্ডুলকাৰৰ নামত থকা এক অভিলেখ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যিকোনো ফাইনেলত সৰ্বাধিক স্ক’ৰ কৰা ক্ৰিকেটাৰত পৰিণত হ’ল মাৰ্কৰাম। ইয়াৰ পূৰ্বে শচীনৰ নামত আছিল এই অভিলেখ। শচীনে ১৯৯৮ চনত শ্বাৰজাহত অনুষ্ঠিত কোকা-কোলা কাপৰ ফাইনেলত ১৩৪ ৰানৰ ইনিংছ খেলিছিল।

ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক স্ক’ৰ

১৩৬- মাৰ্কৰাম, লৰ্ডছ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২৫

১৩৪- শচীন তেণ্ডুলকাৰ, শ্বাৰজাহ, কোকা-কোলা কাপ, ১৯৯৮

১২০*- পল কলিংউড, মেলবৰ্ণ, কমনৱেলথ বেংক ছিৰিজ, ২০০৭

১১৭*- শচীন তেণ্ডুলকাৰ, ছিডনী, কমনৱেলথ বেংক ছিৰিজ, ২০০৮

১১২*- গেৰী কাৰ্ষ্টেন, মেলবৰ্ণ, বেনছন এণ্ড হেজছ ৱৰ্ল্ড ছিৰিজ, ১৯৯৪

ইয়াৰ উপৰি লৰ্ডছত চতুৰ্থ ইনিংছত টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকান বেটছমেন হিচাপেও পৰিগণিত হৈছে মাৰ্কৰাম। লৰ্ডছত দক্ষিণ আফ্ৰিকাৰ ১৩ জন বেটছমেনে শতক অৰ্জন কৰিছে যদিও চতুৰ্থ ইনিংছত এনে কৃতিত্ব কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে মাৰ্কৰাম।

Tags: Aiden MarkramSachin TendulkarSouth AfricaWTC Final

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025