• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মাৰ্কৰামে ৰচিলে ইতিহাস; ভংগ হ’ল শচীনৰ অভিলেখ

Nation NE by Nation NE
June 15, 2025
in Top News, ক্ৰীড়া
0 0
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মাৰ্কৰামে ৰচিলে ইতিহাস; ভংগ হ’ল শচীনৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্কৰামে ইতিহাস ৰচিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত মাৰ্কৰামে খেলা ১৩৬ ৰানৰ দৰ্শনীয় ইনিংছে সকলোকে মোহাচ্ছন্ন কৰে। মাৰ্কৰামে ২০৭টা বলত ১৪টা চাৰিৰ সহায়ত ১৩৬ ৰানৰ ইনিংছ খেলে।

মাৰ্কৰামৰ এই ঐতিহাসিক ইনিংছৰ সহায়তেই দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই ইনিংছটোৰ জৰিয়তে মাৰ্কৰামে ভংগ কৰে ক্ৰিকেট জগতৰ কিম্বদন্তী শচীন তেণ্ডুলকাৰৰ নামত থকা এক অভিলেখ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যিকোনো ফাইনেলত সৰ্বাধিক স্ক’ৰ কৰা ক্ৰিকেটাৰত পৰিণত হ’ল মাৰ্কৰাম। ইয়াৰ পূৰ্বে শচীনৰ নামত আছিল এই অভিলেখ। শচীনে ১৯৯৮ চনত শ্বাৰজাহত অনুষ্ঠিত কোকা-কোলা কাপৰ ফাইনেলত ১৩৪ ৰানৰ ইনিংছ খেলিছিল।

ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক স্ক’ৰ

১৩৬- মাৰ্কৰাম, লৰ্ডছ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২৫

১৩৪- শচীন তেণ্ডুলকাৰ, শ্বাৰজাহ, কোকা-কোলা কাপ, ১৯৯৮

১২০*- পল কলিংউড, মেলবৰ্ণ, কমনৱেলথ বেংক ছিৰিজ, ২০০৭

১১৭*- শচীন তেণ্ডুলকাৰ, ছিডনী, কমনৱেলথ বেংক ছিৰিজ, ২০০৮

১১২*- গেৰী কাৰ্ষ্টেন, মেলবৰ্ণ, বেনছন এণ্ড হেজছ ৱৰ্ল্ড ছিৰিজ, ১৯৯৪

ইয়াৰ উপৰি লৰ্ডছত চতুৰ্থ ইনিংছত টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকান বেটছমেন হিচাপেও পৰিগণিত হৈছে মাৰ্কৰাম। লৰ্ডছত দক্ষিণ আফ্ৰিকাৰ ১৩ জন বেটছমেনে শতক অৰ্জন কৰিছে যদিও চতুৰ্থ ইনিংছত এনে কৃতিত্ব কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে মাৰ্কৰাম।

Tags: Aiden MarkramSachin TendulkarSouth AfricaWTC Final

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025