• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ সংক্ৰমণ, ২৪ ঘন্টাত ২ জনৰ মৃত্যু

Nation NE by Nation NE
July 19, 2024
in Top News, অসম
0 0
জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ সংক্ৰমণ, ২৪ ঘন্টাত ২ জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা অসমত এইবাৰ জাপানীজ এনকেফেলাইটিছে লৈছে ভয়ংকৰ ৰূপ। প্ৰতিখন জিলাতে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বহু লোক। বৰ্তমানলৈ সমগ্ৰ অসমত ১৮৭ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে।

বিগত ২৪ ঘন্টাত অসমত শিশুসহ দুজন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছে। সৰ্বমুঠ জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৪ জন।

মৃত্যু হোৱা ৰোগী দুজনৰ এজন হৈছে মৰিগাঁও জিলাৰ আমচৈৰ ১২ বছৰীয়া মাধুৰ্য মনোৱাৰ। বিগত ৮ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত বুধবাৰে মৃত্যু হয় মাধুৰ্যৰ।

আনহাতে দেৰগাঁৱত জাপানীজ এনকেফেলাইটিছত ৰাকেশ ৰাগ গগৈ নামৰ এজন ৩৭ বছৰীয়া কণ্ঠশিল্পীৰ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। ২ জুলাইত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা ৰাকেশ ৰাগৰ মঙলবাৰে মৃত্যু হয়।

উল্লেখ্য যে, বিগত ছয়মাহৰ ভিতৰত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত ৮ জনৰ মৃত্যু হয়। ইয়াৰ ভিতৰত যোৰহাট জিলাত ১ জন, কামৰূপত ১ জন, শিৱসাগৰত ৩ জন, শোণিতপুৰত ১ জন আৰু ধেমাজিত ২ জন ৰোগীৰ মৃত্যু হৈছে।

ইফালে, সমগ্ৰ অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৮৭ গৰাকী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা ২৪ গৰাকী। ইয়াৰ ভিতৰত ১২ গৰাকীয়ে আৰোগ্য লাভ কৰে। বৰ্তমান চিকিংসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ আছে ১২ গৰাকী ৰোগী। এই তথ্য জনাইছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই।

ইফালে, জি এম চি এইছত ভৰ্তি হৈ থকা ৰোগী সকলৰ ভিতৰত দুজনৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

Tags: #AssamGMCHJapanese Encephalitis

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025