• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

Nation NE by Nation NE
June 17, 2025
in Top News, উত্তৰ পূৱ, মেঘালয়, ৰাষ্ট্ৰীয়
0 0
ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ কৰে মেঘালয় আৰক্ষীয়ে। মঙলবাৰে ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যনৰ সময়ত অভিযুক্তই কয় যে হত্যাত ব্যৱহৃত দাখন খাৱৈত পেলাই দিয়া হৈছিল। আৰক্ষীৰ সৈতে এছডিআৰএফৰ এটা অনুসন্ধানকাৰী দলো আছিল।

অভিযুক্তই উল্লেখ কৰা স্থানত মেটেল ডিটেক্টৰেৰে তালাচী চলোৱাৰ পিছতে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰটো উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহাৰ হৈছিল দুটাকৈ অস্ত্ৰ। ২ জুনত উদ্ধাৰ হৈছিল প্ৰথমটো অস্ত্ৰ। ইয়াৰ উপৰি ইন্দোৰত উপস্থিত আছে আৰক্ষীৰ এটা দল। হত্যাৰ পিছত সোনমে থকা ফ্লেটটোত তালাচী চলোৱা হয়। অৱশ্যে ইয়াত একো উদ্ধাৰ হোৱা নাই। দলটোৱে তাতেই থাকিব আৰু সোনম আৰু আন অভিযুক্তৰ পৰিয়ালক জেৰা চলোৱা হ’ব।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত মঙলবাৰে শ্বিলং আৰক্ষীৰ এছ আই টি দলে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাৰ ক্ৰম বুজিবলৈ ছীন ৰিক্ৰিয়েট কৰে। আৰক্ষীৰ দলটোৱে সোনম আৰু তিনিওজন মূল অভিযুক্ত বিশাল, আনন্দ আৰু আকাশক লৈ পুৱা প্ৰায় ১০:৩০ বজাত সদৰ থানাৰ পৰা ওলাই আহি ১২:১৫ বজাত মাৱালখিয়াট গাঁৱত উপস্থিত হয়, য’ৰ পৰা ডাবল ডেকাৰ দলংলৈ যোৱা পথটো আৰম্ভ হয়।

উল্লেখ্য যে, ১১ মে’ত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতে কিছুদিন পূৰ্বে মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ আহিছিল ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী। ইয়াৰ পিছতেই ২৩ মে’ত ৰহস্যজনকভাৱে দুয়োজন নিৰুদ্দেশ হয়। এই ঘটনাৰ ১০ দিন পিছত অৰ্থাত ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও নিৰুদ্দেশ হৈয়েই থাকে সোনম।

ইয়াৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনা সন্দৰ্ভত ৮ জুনত গ্ৰেপ্তাৰ কৰে সোনম আৰু আন সতীৰ্থসকলক। সোনম আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাক লৈ ন-ন তথ্য পোহৰলৈ আহি আছে।

Tags: Meghalaya PoliceRaja RaghuvanshiSonam Raghuvanshi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025