• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-

Nation NE by Nation NE
June 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকাল এনেকুৱা এটা বতৰ য’ত ছালৰ যত্ন লোৱাৰ প্ৰয়োজন বেছি, কাৰণ এই সময়ছোৱাত ছালৰ লগত জড়িত সমস্যা বেছিকৈ দেখা দিয়ে। যেনে- মুখত পিম্পল, খজুৱতি, ৰ’দত পোৰা, ৰুক্ষ ছাল, চকুৰ তলত হোৱা ক’লা বৃত্ত আদি।

এনে পৰিস্থিতিত আমি এনে এবিধ এটা ঘৰুৱা উপায় জানিম, যাৰ দ্বাৰা আমাৰ ছাল সতেজ হৈ থাকিব-

এলোভেৰা এনেকুৱা এটা উপাদান যিটো আপুনি ঘৰৰ বাৰীত সহজেই পাব। আমাৰ ছালৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এলোভেৰা জেল এবিধ ঔষধ। আমি ইয়াক বহু ধৰণে ব্যৱহাৰ কৰিব পাৰো।

  • ৰাতি শোৱাৰ পূৰ্বে মুখত এলোভেৰা জেল মালিচ কৰে, তেন্তে ই আপোনাৰ ছালখন টান কৰি তুলিব আৰু লগতে মুখৰ মিহি ৰেখাও হ্ৰাস কৰিব। ইয়াৰ বাহিৰেও মুখখন কোমল আৰু চিকচিকিয়া দেখা যাব। আনকি মইশ্ব’ৰাইজাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।
  • এলোভেৰাক মাস্ক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। এলোভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু চি থাকে যিয়ে আমাৰ ছালত কলাজেন গঠনকাৰী কোষ বৃদ্ধি কৰে। মাস্ক বনাবলৈ ১ চামুচ এলোভেৰা জেল মৌৰ লগত মিহলাই লওক। ইচ্ছা কৰিলে তাত গোলাপ জেলও দিব পাৰে। এতিয়া মুখৰ পৰা ডিঙিলৈকে ভালদৰে লগাব। আৰু ২০ মিনিট ৰাখিব, তাৰ পিছত কুহুমীয়া পানীৰে ধুব।
  • এলোভেৰা জেলে মেকআপ ৰিমুভাৰ হিচাপেও কাম কৰে। ইয়াৰ বাবে এটা বাটিত এচামুচ এলোভেৰা জেল আৰু এচামুচ অলিভ অইল মিহলাই দিব লাগিব, তাৰ পিছত কপাহৰ সহায়ত মুখত মেকআপ ৰিমুভাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব।
  • এলোভেৰাত প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ যৌগ থাকে, যিয়ে ছালৰ ৰং পাতল কৰে বুলি জনা যায়। মাত্ৰ ৰংযুক্ত ঠাইত এলোভেৰা জেল লগাই ৰাতিটো থৈ দিব লাগে। সপ্তাহত তিনিবাৰ এই প্ৰক্ৰিয়াটো কৰক, তাৰ ফল নিশ্চিতভাৱে দেখিব।
Tags: #HealthBenefitsHealthHealthy life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025