• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-

Nation NE by Nation NE
June 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকাল এনেকুৱা এটা বতৰ য’ত ছালৰ যত্ন লোৱাৰ প্ৰয়োজন বেছি, কাৰণ এই সময়ছোৱাত ছালৰ লগত জড়িত সমস্যা বেছিকৈ দেখা দিয়ে। যেনে- মুখত পিম্পল, খজুৱতি, ৰ’দত পোৰা, ৰুক্ষ ছাল, চকুৰ তলত হোৱা ক’লা বৃত্ত আদি।

এনে পৰিস্থিতিত আমি এনে এবিধ এটা ঘৰুৱা উপায় জানিম, যাৰ দ্বাৰা আমাৰ ছাল সতেজ হৈ থাকিব-

এলোভেৰা এনেকুৱা এটা উপাদান যিটো আপুনি ঘৰৰ বাৰীত সহজেই পাব। আমাৰ ছালৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এলোভেৰা জেল এবিধ ঔষধ। আমি ইয়াক বহু ধৰণে ব্যৱহাৰ কৰিব পাৰো।

  • ৰাতি শোৱাৰ পূৰ্বে মুখত এলোভেৰা জেল মালিচ কৰে, তেন্তে ই আপোনাৰ ছালখন টান কৰি তুলিব আৰু লগতে মুখৰ মিহি ৰেখাও হ্ৰাস কৰিব। ইয়াৰ বাহিৰেও মুখখন কোমল আৰু চিকচিকিয়া দেখা যাব। আনকি মইশ্ব’ৰাইজাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।
  • এলোভেৰাক মাস্ক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। এলোভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু চি থাকে যিয়ে আমাৰ ছালত কলাজেন গঠনকাৰী কোষ বৃদ্ধি কৰে। মাস্ক বনাবলৈ ১ চামুচ এলোভেৰা জেল মৌৰ লগত মিহলাই লওক। ইচ্ছা কৰিলে তাত গোলাপ জেলও দিব পাৰে। এতিয়া মুখৰ পৰা ডিঙিলৈকে ভালদৰে লগাব। আৰু ২০ মিনিট ৰাখিব, তাৰ পিছত কুহুমীয়া পানীৰে ধুব।
  • এলোভেৰা জেলে মেকআপ ৰিমুভাৰ হিচাপেও কাম কৰে। ইয়াৰ বাবে এটা বাটিত এচামুচ এলোভেৰা জেল আৰু এচামুচ অলিভ অইল মিহলাই দিব লাগিব, তাৰ পিছত কপাহৰ সহায়ত মুখত মেকআপ ৰিমুভাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব।
  • এলোভেৰাত প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ যৌগ থাকে, যিয়ে ছালৰ ৰং পাতল কৰে বুলি জনা যায়। মাত্ৰ ৰংযুক্ত ঠাইত এলোভেৰা জেল লগাই ৰাতিটো থৈ দিব লাগে। সপ্তাহত তিনিবাৰ এই প্ৰক্ৰিয়াটো কৰক, তাৰ ফল নিশ্চিতভাৱে দেখিব।
Tags: #HealthBenefitsHealthHealthy life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025