• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাটিহাৰত ৰে’ল দুৰ্ঘটনা; ৰে’লৱে ট্ৰলীত খুন্দা অৱধ আছাম এক্সপ্ৰেছৰ, এজনৰ মৃত্যু

Nation NE by Nation NE
June 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাটিহাৰত ৰে’ল দুৰ্ঘটনা; ৰে’লৱে ট্ৰলীত খুন্দা অৱধ আছাম এক্সপ্ৰেছৰ, এজনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে কাটিহাৰ-বৰাউনী ৰে’লপথত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। কাধাগোলা আৰু ছেমাপুৰ ষ্টেচনৰ মাজত মহাৰাণী গাঁৱৰ সমীপত অৱধ আছাম এক্সপ্ৰেছ আৰু ৰে’লৱে ট্ৰলীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলতেই মৃত্যু হয় ট্ৰলীমেন গৰাকীৰ আৰু আন তিনিজন ৰে’লকৰ্মী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কাটিহাৰ ডিভিজনৰ পৰা স্বাস্থ্য কৰ্মীৰ এটা দল ঘটনাস্থললৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে।

আহত লোকসকলক দুৰ্ঘটনাস্থলীৰ সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।

ইফালে দুৰ্ঘটনাটোক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰে’ল প্ৰশাসনে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাটোৰ বাবে কিছু সময়ৰ বাবে কাম-কাজ ব্যাহত হৈ পৰে। ৰে’ল প্ৰশাসনে সকলো ৰে’ল কৰ্মীক ট্ৰেকত কাম কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

Tags: Avadh Assam ExpressBiharKatiharRail Accident

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025