• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভয়ংকৰ দুৰ্ঘটনা; যাত্ৰীবাহী বাহন বাগৰিল নদীত, দুজনৰ মৃত্যু, কেইবাজনো সন্ধানহীন

      Nation NE by Nation NE
      June 26, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ভয়ংকৰ দুৰ্ঘটনা; যাত্ৰীবাহী বাহন বাগৰিল নদীত, দুজনৰ মৃত্যু, কেইবাজনো সন্ধানহীন
      Share on FacebookShare on TwitterWhatsApp

      বৃহস্পতিবাৰে পুৱা ৰুদ্ৰপ্ৰয়াগ জিলাৰ ঋষিকেশ-বদ্ৰীনাথ ঘাইপথৰ ঘোলতীৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বদ্ৰীনাথ দৰ্শনলৈ যাত্ৰী কঢ়িয়াই অনা এখন টেম্পো-ট্ৰেভেলাৰ নিয়ন্ত্ৰণ হেৰুৱাই অলকনন্দা নদীত বাগৰি পৰে। গাড়ীখনত চালকসহ ১৯জন লোক আছিল। ১৭ জন লোক আছিল এটা পৰিয়ালৰ।

      দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী, এছ ডি আৰ এফ আৰু জিলা প্ৰশাসনৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। জানিব পৰা অনুসৰি, ৰাজস্থানৰ এটা পৰিয়ালৰ ১৭ গৰাকী লোকে বাহনখনেৰে চাৰধাম যাত্ৰালৈ গৈছিল। এই পৰিয়ালটোৱে কেদাৰনাথ দৰ্শন কৰি আজি পুৱা বদ্ৰীনাথ দৰ্শনৰ বাবে যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।

      দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা পৰিয়ালটোৰ তিনিজন সদস্যক উন্নত চিকিৎসাৰ বাবে বিমানেৰে লৈ যোৱা হৈছে। ইফালে জিলা প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি এতিয়ালৈকে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে দুজনৰ ইতিমধ্যেই মৃত্যু ঘটিছে। এতিয়াও সন্ধানহীন হৈ আছে কমেও ১০ গৰাকী লোক।

      আনহাতে এই দুৰ্ঘটনাটো অতি দুখজনক বুলি মন্তব্য কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ধামীয়ে জিলা প্ৰশাসনক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

      Tags: #AccidentBadrinathUttarakhand

      Related Posts

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      শীৰ্ষ সংবাদ

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist