• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সেনাৰ কনভয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; ১৩ জন জোৱান নিহত, কেইবাজনো গুৰুতৰভাৱে আহত

Nation NE by Nation NE
June 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সেনাৰ কনভয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; ১৩ জন জোৱান নিহত, কেইবাজনো গুৰুতৰভাৱে আহত
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত হয় ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ। এই বিস্ফোৰণত ১৩ গৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে ১০ গৰাকী সৈনিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

উত্তৰ বজীৰিস্তানৰ পৰা এটা সেনাৰ দল পাৰ হৈ যোৱাৰ সময়তে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়। আফগানিস্তানৰ সীমান্তৰ ওচৰত অৱস্থিত এই অঞ্চলটো দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে।

এই আক্ৰমণত আত্মঘাতী বোমাৰুজনে বিস্ফোৰক ভৰ্তি এখন বাহন সেনাৰ কনভয়ত খুন্দা মাৰে, যাৰ ফলত এক বৃহৎ বিস্ফোৰণ ঘটে। এই আক্ৰমণত বহু জোৱান গুৰুতৰভাৱে আহত হৈছে।

এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ইয়াৰ আঁৰত তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) বা ইয়াৰ সৈতে জড়িত যিকোনো গোট থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে।

বিস্ফোৰণৰ পিছতেই অঞ্চলটোত সেনা আৰু আৰক্ষীয়ে জোৰদাৰ তালাচী অভিযান আৰম্ভ কৰে আৰু আহতসকলক সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।

এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পুনৰ এবাৰ পাকিস্তানৰ নিৰাপত্তা সন্দৰ্ভত বৃহৎ প্ৰশ্নৰ অৱতাৰণা হৈছে।

উল্লেখ্য যে, গ্লোবেল টেৰৰিজিম ইণ্ডেক্সৰ শেহতীয়া তথ্য অনুসৰি পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। চলিত বছৰত দেশখনত এই পৰ্যন্ত হাজাৰৰো অধিক লোক সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হৈছে।

Tags: Pak ArmyPakistanSuicide Attack

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025