• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

কি চলিছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাত! কাৰ্যকাললৈ ৫ বছৰ থাকোতে পদবীৰ পৰা পদত্যাগ অধ্যক্ষৰ

Nation NE by Nation NE
July 21, 2024
in ৰাষ্ট্ৰীয়
0 0
কি চলিছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাত! কাৰ্যকাললৈ ৫ বছৰ থাকোতে পদবীৰ পৰা পদত্যাগ অধ্যক্ষৰ

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় লোকসেৱা আয়োগৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ। কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰিলে অধ্যক্ষগৰাকীয়ে। ২০২৯ চনলৈ কাৰ্যকাল আছিল মনোজ ছোনীৰ। ব্যক্তিগত কাৰণত পদত্যাগ পত্ৰ দাখিল কৰা বুলি উল্লেখ কৰিছে মনোজ ছোনীয়ে।

২০১৭ চনত ভাৰতীয় লোকসেৱা আয়োগৰ সদস্যৰূপে অন্তৰ্ভুক্ত হৈছিল মনোজ ছোনী। ইয়াৰ পিছতে ২০২৩ চনৰ ১৬ মে’ত ভাৰতীয় লোকসেৱা আয়োগৰ অধ্যক্ষ পদৰ দায়িত্ব লৈছিল মনোজ ছোনীয়ে। অৱশ্যে, অধ্যক্ষৰ ৬ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিলে অধ্যক্ষ মনোজ ছোনীয়ে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ আছিল মনোজ ছোনী। ভাৰতীয় লোকসেৱা আয়োগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে গুজৰাটৰ দুখনকৈ বিশ্ববিদ্যালয়ত তিনিবাৰকৈ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিষয়াগৰাকীয়ে। ইয়াৰ ভিতৰত বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ত দুবাৰকৈ উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ভাৰতীয় লোকসেৱা আয়োগ হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ লগতে বহুতো গুৰুত্বপূৰ্ণ পৰীক্ষা পৰিচালনা কৰা এটা সংস্থা। যিয়ে সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতৰ শীৰ্ষ পদবীসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে।

Tags: Central GovtIndiaManoj SoniUPSC

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025