• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তীৰ্থযাত্ৰীৰে ভৰা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; তিনিজনৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
July 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তীৰ্থযাত্ৰীৰে ভৰা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; তিনিজনৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

ঋষিকেশ-গংগোত্ৰী ঘাইপথৰ নৰেন্দ্ৰনগৰ থানাৰ অন্তৰ্গত তাচলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় এখন তীৰ্থযাত্ৰীৰে ভৰা ট্ৰাক। এই দুৰ্ঘটনাত ঘটনাস্থলতে তিনিজন যাত্ৰীৰ মৃত্যু হয় আৰু আন ১৬ গৰাকী গুৰুতৰভাৱে আহত হয়।

ঋষিকেশৰ পৰা গংগোত্ৰীলৈ যোৱা ট্ৰাকখনত মুঠ ১৯ জন কাৱঁৰ যাত্ৰী আছিল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। টিহৰীৰ জিলা দণ্ডাধীশে জনোৱা মতে, নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়। আহত যাত্ৰীসকলক ১০৮ এম্বুলেন্স সেৱাৰ সহায়ত চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে এই দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে গভীৰ শোক প্ৰকাশ কৰি আহতসকলক তাৎক্ষণিক আৰু উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে। প্ৰশাসনে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছে যাতে সকলো যাত্ৰীক নিৰাপদে উলিয়াব পৰা যায়।

Tags: #AccidentGangotriKanwar YatriNational HighwayRishikesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025