• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান….

Nation NE by Nation NE
July 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান….
Share on FacebookShare on TwitterWhatsApp

৩ জুলাইত আফ্ৰিকান দেশ ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩০ বছৰৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। ৰাজধানী আক্ৰাৰ বিমানবন্দৰত মোদীক উষ্ম আদৰণি জনায় ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডীক গাৰ্ড অৱ অ’নাৰৰ সৈতে ২১ জাঁই টোপৰ চেল্যুট দিয়া হয়।

গ্ল’বেল চাউথ আৰু আটলাণ্টিকৰ দুয়ো মূৰৰ দেশসমূহৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ। এই বিদেশ ভ্ৰমণৰ অধীনত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ উপৰিও ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াও ভ্ৰমণ কৰিব।

ৰাষ্ট্ৰপতি মহামাৰ আমন্ত্ৰণত মোদীয়ে ঘানা ভ্ৰমণলৈ গৈছিল। তেওঁ ঘানাক গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি অভিহিত কৰে যিয়ে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই ভ্ৰমণে বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা আৰু উন্নয়ন সহযোগিতাৰ ক্ষেত্ৰত ভাৰত-ঘানাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে ঘানাৰ সংসদত ভাষণ দিয়াটো তেওঁৰ বাবে এক সন্মানৰ বিষয় হ’ব।

ইয়াৰ পিছত ৩-৪ জুলাইত ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ এই দ্বীপ দেশখনক ভাৰতৰ সৈতে গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু জনসংযোগ ভিত্তিক সম্পৰ্কৰ বাহক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছাৰক সাক্ষাৎ কৰিব বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ১৮০ বছৰ পূৰ্বে ভাৰতীয়সকলে প্ৰথমবাৰৰ বাবে ট্ৰিনিদাদ আৰু ট’বাগোত উপস্থিত হৈছিল। এই ভ্ৰমণ আমাৰ সাংস্কৃতিক আৰু পাৰিবাৰিক বন্ধন পুনৰুজ্জীৱিত কৰাৰ এক সুযোগ।

ট্ৰিনিদাদৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছলৈ যাব, যি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিগত ৫৭ বছৰৰ ভিতৰত প্ৰথম আনুষ্ঠানিক ভ্ৰমণ হ’ব। তেওঁ আৰ্জেণ্টিনাক লেটিন আমেৰিকাত ভাৰতৰ প্ৰধান অৰ্থনৈতিক অংশীদাৰ আৰু জি-২০ৰ ঘনিষ্ঠ মিত্ৰ বুলি অভিহিত কৰে।

অহা ৬-৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে, ভাৰতে প্ৰতিষ্ঠাপক সদস্য হিচাপে ব্ৰিকছক উদীয়মান অৰ্থনীতিৰ বাবে এক ডাঙৰ মঞ্চ বুলি গণ্য কৰে।

Tags: ModiPMPresident

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025