• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 3, 2025
29 °c
Guwahati
27 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

      Nation NE by Nation NE
      July 3, 2025
      in Top News, অসম
      0 0
      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
      Share on FacebookShare on TwitterWhatsApp

      শুনি আচৰিত যেন লাগিলেও এইয়াই সত্য। হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা।

      ধুবুৰীৰ চলাকুৰা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা। হাঁহৰ পোৱালীক লৈ হোৱা মাৰপিটৰ ফলতেই ৰক্তাক্ত হৈ পৰে এটা পৰিয়াল। গাঁওখনৰ আশাব উদ্দিন নামৰ এজন ব্যক্তিৰ নেতৃত্বত ৪-৫ জনীয়া এটা দলে মাৰপিট কৰি ছলিম উদ্দিন নামৰ এজন ব্যক্তিৰ পৰিয়ালৰ ৪জনকৈ ব্যক্তিকগুৰুতৰভাবে আহত কৰে।

      অভিযোগ অনুসৰি, ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ মাঝেৰচৰ চলাকুৰা গাঁৱৰ বাসিন্দা ছলিম উদ্দিনৰ মাতৃৰ কেইটামান হাঁহৰ পোৱালি আৱদ্ধ কৰি ৰাখে আশাব উদ্দিনৰ পৰিয়ালে। ইয়াকে লৈ প্ৰথমে দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তেনে সময়তে আশাব উদ্দিনৰ পক্ষৰ ৪-৫ জনীয়া দল এটাই হাতে হাতে লাঠী, চোকা অস্ত্ৰ আৰু কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে ছলিম উদ্দিনসহ তেওঁৰ মাতৃ, পত্নী আৰু ভগ্নীক। আক্ৰমণৰ ফলত গুৰুতৰ ভাবে আহত হয় ছলিম উদ্দিন।

      লগে লগে ভুক্তভোগী পৰিয়ালক ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ নিয়া হয় আহত সকলক। উক্ত ঘটনা সন্দৰ্ভত ছলিম উদ্দিনে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি, আশাব উদ্দিন, জয়নাল আবেদিন, হোছেন, পাশান আলী আৰু ৰফিক নামৰ লোক কেইজনে মাৰপিট কৰে ছলিম উদ্দিনৰ পৰিয়ালক।

      Tags: #AssamClashDhubri

      Related Posts

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ
      Top News

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ

      July 3, 2025
      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!
      Top News

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

      July 3, 2025
      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
      Top News

      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

      July 3, 2025
      ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

      প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান….

      শীৰ্ষ সংবাদ

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ

      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

      হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

      ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist