• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 5, 2025
27 °c
Guwahati
27 ° Sun
29 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

      Nation NE by Nation NE
      July 4, 2025
      in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
      0 0
      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      মথুৰাস্থিত শ্ৰী কৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে ডাঙৰ মন্তব্য কৰিছে। মথুৰাৰ শ্বাহী ঈদগাহ মছজিদক ‘বিতৰ্কিত সৌধ’ হিচাপে গণ্য নকৰাৰ সিদ্ধান্ত এলাহাবাদ উচ্চ ন্যায়লয়ৰ। আপাততঃ ইয়াক মছজিদ হিচাপেই গণ্য কৰা হ’ব বুলি হিন্দু পক্ষক স্পষ্টভাৱে জনাই দিলে ন্যায়ালয়ে।

      এই সন্দৰ্ভত হিন্দু পক্ষই দাখিল কৰা আবেদন খাৰিজ কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা ন্যায়ালয়ৰ।

      উল্লেখ্য যে, মথুৰাৰ শ্বাহী ঈদগাহ মছজিদক কেন্দ্ৰ কৰি চলা বিতৰ্ক দীৰ্ঘদিনীয়া। ইয়াক লৈ একাধিক গোচৰ বিচৰাধীন হৈ আছে এলাহাবাদ হাইক’ৰ্টত।

      শেহতীয়াকৈ হিন্দু পক্ষই বিবদমান এই মছজিদটোক ‘বিতৰ্কিত সৌধ’ হিচাপে গণ্য কৰাৰ দাবীৰে এলাহাবাদ হাইক’ৰ্টৰ দ্বাৰস্থ হৈছিল। ইয়াৰ বিপৰীত স্থিতিৰে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল মুছলিম পক্ষই।

      গোচৰটো সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাম মনোহৰ মিশ্ৰৰ বিচাৰপীঠে হিন্দু পক্ষৰ আবেদন খাৰিজ কৰে। ইয়াৰ বিপৰীতে মুছলমান পক্ষৰ আপত্তিক গুৰুত্বসহকাৰে লৈ মছজিদটোক ‘বিতৰ্কিত সৌধ’ হিচাপে গণ্য কৰা নহ’ব বুলি জনাই দিয়ে।

      উল্লেখ্য যে, হিন্দুৰ জ্ঞান-বিশ্বাসমতে মথুৰা হ’ল প্ৰভু শ্ৰীকৃষ্ণৰ জন্মভূমি। ইয়াৰ উপৰি সেই চহৰত আছে অনেক প্ৰাচীন হিন্দু মন্দিৰ। প্ৰাচীন কেশৱনাথ মন্দিৰ ভাঙি ঔৰংগজেবে শ্বাহী ঈদগাহ মছজিদ নিৰ্মাণ কৰিছিল বুলি বহু ইতিহাসবিদৰ দাবী। এই লৈ দুইপক্ষৰ মাজত অব্যাহত আছে দীৰ্ঘদিনীয়া সংঘাত। এই অৱস্থাত এলাহাবাদ হাইক’ৰ্টৰ শেহতীয়া এই ৰায় তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

      Tags: Allahabad High CourtMathuraShahi IdgahSri Krishna

      Related Posts

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
      Top News

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

      July 5, 2025
      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক
      Top News

      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক

      July 5, 2025
      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ
      Top News

      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

      July 5, 2025
      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি
      Top News

      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি

      July 5, 2025
      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা,  জানক এই দেশৰ…
      Top News

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা, জানক এই দেশৰ…

      July 5, 2025
      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?
      Top News

      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

      July 5, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP