• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 12, 2025
31 °c
Guwahati
31 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মাখনৰ দৰে গলি নোহোৱা হ’ব পেটৰ চৰ্বি, খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইবোৰ খাদ্য

      Nation NE by Nation NE
      July 12, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      লিভাৰৰ সংক্ৰমণ কিয় হয়, ইয়াৰ লক্ষণ কি আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? সেই বিষয়ে সবিশেষ জানো আহক…
      Share on FacebookShare on TwitterWhatsApp

      বৰ্তমান সময়ত পেটৰ চৰ্বি হ্ৰাস কৰাটো ইমান সহজ নহয় অৱশ্যে ইমান কঠিনো নহয়। পেটৰ চৰ্বি কম কৰিবলৈ আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত অলপ পৰিৱৰ্তন কৰিব লাগে। কিছু স্বাস্থ্যকৰ খাদ্য খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। যিয়ে আমাৰ ওজন সহজেই হ্ৰাস কৰিব পাৰে।

      প্ৰায়ে অস্বাস্থ্যকৰ ৰুটিন আৰু সঠিক ৱৰ্কআউটৰ অভাৱৰ বাবে পেটৰ চৰ্বি বৃদ্ধি পায়। যিয়ে কেৱল আমাৰ সৌন্দৰ্য্য হ্ৰাস কৰাই নহয়, স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হৈ উঠে। গতিকে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায়ক হোৱা এনে শাক-পাচলিৰ বিষয়ে জানো আহক-

      • কবি এবিধ পাচলি, যি কেৱল সোৱাদৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী বুলি বিবেচিত হয়। কবিত এন্টি অক্সিডেন্ট আৰু ভিটামিন-চি থাকে, যিয়ে ওজন কমোৱাত সহায় কৰিব পাৰে। কবিত থকা পুষ্টিকৰ উপাদানে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।
      • গ্ৰীষ্মকালত তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে ভাল বুলি বিবেচিত হয়। তিয়ঁহক আঁহৰ উত্তম উৎস বুলি গণ্য কৰা হয়। ইয়াৰ সেৱনে পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে। তিয়ঁহত ৮০ শতাংশ পানী থাকে, যিয়ে গৰমৰ দিনত শৰীৰৰ পানীলগা হোৱাত বাধা দিব পাৰে।
      • পেটৰ চৰ্বি কমোৱাৰ বাবে কচু এক নিখুঁত পাচলি। পুষ্টিকৰ উপাদানৰে সমৃদ্ধ হোৱাৰ লগতে ইয়াত প্ৰচুৰ পৰিমাণে আঁহো থাকে। আঁহৰ উপৰিও কচুত ভিটামিন এ, চি আৰু কে, মেগনেছিয়াম, আইৰণ আৰু মেংগানিজ প্ৰচুৰ পৰিমাণে থাকে। চৰ্বি কমোৱাৰ বাবে আপুনিও খাদ্যতালিকাত কচু অন্তৰ্ভুক্ত কৰিব পাৰে।
      • বীন স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। বীন খালে পেশীবোৰ শক্তিশালী হ’ব পাৰে আৰু হজম শক্তি ভালদৰে ৰাখিব পাৰি। বীন আপোনাৰ ওজন বৃদ্ধিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।
      • ব্ৰকলিত কেলচিয়াম আৰু ভিটামিন-চি থাকে, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, আৰু শৰীৰৰ চৰ্বি জ্বলোৱাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে। ব্ৰকলি চুপ শাক-পাচলি আৰু চালাডৰ ৰূপত খাব পাৰে।
      Tags: HealthHealthy lifeMedical

      Related Posts

      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ
      Top News

      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

      July 12, 2025
      লৰ্ডছ টেষ্টত শুভমন গিলে ৰচিলে ইতিহাস; ভংগ কৰিলে কোহলীৰ অভিলেখ

      সুৰা নাপাই যুৱকে লণ্ড-ভণ্ড কৰিলে সুৰাৰ দোকান, হিমাচল প্ৰদেশৰ ভাইৰেল এই ভিডিঅ’

      এবাৰো টীম ইণ্ডিয়াৰ সৈতে খেলি নোপোৱা এই দেশৰ যোগ্যতা অৰ্জন বিশ্বকাপ ২০২৬ৰ বাবে…

      একতা কাপুৰে প্ৰকাশ কৰিলে ২৫ বছৰীয়া শ্ব’টোৰ গোপন তথ্য, কিয় নিৰ্মাণ কৰিব ছিজন-২

      গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
      Top News

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      July 12, 2025

      শীৰ্ষ সংবাদ

      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

      লৰ্ডছ টেষ্টত শুভমন গিলে ৰচিলে ইতিহাস; ভংগ কৰিলে কোহলীৰ অভিলেখ

      সুৰা নাপাই যুৱকে লণ্ড-ভণ্ড কৰিলে সুৰাৰ দোকান, হিমাচল প্ৰদেশৰ ভাইৰেল এই ভিডিঅ’

      এবাৰো টীম ইণ্ডিয়াৰ সৈতে খেলি নোপোৱা এই দেশৰ যোগ্যতা অৰ্জন বিশ্বকাপ ২০২৬ৰ বাবে…

      মাখনৰ দৰে গলি নোহোৱা হ’ব পেটৰ চৰ্বি, খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইবোৰ খাদ্য

      একতা কাপুৰে প্ৰকাশ কৰিলে ২৫ বছৰীয়া শ্ব’টোৰ গোপন তথ্য, কিয় নিৰ্মাণ কৰিব ছিজন-২

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist