• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এবাৰো টীম ইণ্ডিয়াৰ সৈতে খেলি নোপোৱা এই দেশৰ যোগ্যতা অৰ্জন বিশ্বকাপ ২০২৬ৰ বাবে…

Nation NE by Nation NE
July 12, 2025
in Top News, ক্ৰীড়া
0 0
এবাৰো টীম ইণ্ডিয়াৰ সৈতে খেলি নোপোৱা এই দেশৰ যোগ্যতা অৰ্জন বিশ্বকাপ ২০২৬ৰ বাবে…
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেটৰ জগতখনত দেখা গৈছে এটা ডাঙৰ ঘটনা। ভাৰতৰ বিৰুদ্ধে কেতিয়াও এখনো আন্তঃৰাষ্ট্ৰীয় মেচ খেলি নোপোৱা ইটালীয়ে এতিয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইউৰোপ ৰিজিঅ’ন ফাইনেলত শক্তিশালী প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে আইচিচি টি-২০ বিশ্বকাপত স্থান লাভ কৰিছে ইটালীয়ে।

যদিও শেষৰখন মেচত নেদাৰলেণ্ডৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, তথাপিও প্ৰতিযোগিতাখনত উন্নত ৰান ৰেটৰ ভিত্তিত আগবাঢ়িছে।

১১ জুলাইত হেগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অন্তিমখন খেলত ইটালীয়ে প্ৰথমে বেটিং কৰি ৭ উইকেটত ১৩৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নেদাৰলেণ্ডৰ দলটোৱে ১৬.২ অভাৰত মাত্ৰ এটা উইকেট হেৰুৱাই সহজেই লক্ষ্যত উপনীত হয়। ইয়াৰ লগে লগে নেদাৰলেণ্ড দলটোৱেও বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰিছে।

এই পৰাজয়ৰ বাবে ইটালীয়ে ২ পইণ্ট লাভ কৰা নাছিল যদিও ইতিমধ্যে ৫ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছিল। যিহেতু জাৰ্চিৰ দলটোও ৫ পইণ্টত আছিল, সেয়েহে নেট ৰাণ ৰেটে ফলাফল নিৰ্ণয় কৰিছিল যাৰ বাবে ইটালীয়ে যোগ্যতা অৰ্জন কৰিছিল। ইটালীৰ নেট ৰান ৰেট আছিল +০.৬১২, আনহাতে জাৰ্চিৰ নেট ৰান ৰেট আছিল +০.৩০৬, যাৰ বাবে ইটালীয়ে বিশ্বকাপৰ টিকট বুকিং কৰি ইতিহাস ৰচনা কৰিছে।

কোৱালিফায়াৰত ইটালীৰ যাত্ৰা-

ইটালীয়ে মুঠ ৪খন মেচ খেলিছিল, য’ত আশা কৰাতকৈ সুপ্ৰদৰ্শন কৰিছে।

  • ৫ জুলাইত ইটালীয়ে গাৰ্নচিক ৭ উইকেটত পৰাস্ত কৰে।
  • ৬ জুলাইত জাৰ্চিৰ বিৰুদ্ধে খেলিছিল।
  • ৯ জুলাইত স্কটলেণ্ডৰ দৰে শক্তিশালী দল এটাক ১২ ৰানত পৰাস্ত কৰি নিজৰ স্থান নিশ্চিত কৰি স্কটলেণ্ডক বাহিৰ হোৱাৰ পথ দেখুৱাইছিল।
  • ১১ জুলাইত ইটালীয়ে অন্তিমখন খেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও ইয়াৰ উজ্জ্বল প্ৰদৰ্শন আৰু ৰান ৰেটে বিশ্বকাপলৈ লৈ যায়।

ভাৰত আৰু শ্ৰীলংকাৰ আয়োজনত ২০২৬ চনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। ইয়াত প্ৰথমবাৰৰ বাবে ইটালীৰ দলটোৱে এই বৃহৎ মঞ্চত খেলা দেখা যাব। ক্ৰিকেটৰ এই মহান খেলখনত এটা নতুন আৰু অদৃশ্য দলৰ প্ৰৱেশে প্ৰতিযোগিতাখনক আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিব।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025