• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দক্ষিণৰ জনপ্ৰিয় অভিনেতা শ্ৰীনিৱাস ৰাওৰ দেহাৱসান

Nation NE by Nation NE
July 13, 2025
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
দক্ষিণৰ জনপ্ৰিয় অভিনেতা শ্ৰীনিৱাস ৰাওৰ দেহাৱসান
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ ভাৰতীয় চিনেমাৰ অন্যতম কিংবদন্তি তাৰকা কোটা শ্ৰীনিবাস ৰাৱে ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। অত্যন্ত জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে টুইট কৰি অভিনেতা গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি চিনেমা জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে।

তেওঁ লিখিছে, ‘বহুমুখী চৰিত্ৰৰে চিনেমা দৰ্শকৰ হৃদয় জয় কৰা প্ৰখ্যাত অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু অত্যন্ত দুখজনক। প্ৰায় চাৰি দশকত চিনেমা আৰু থিয়েটাৰৰ ক্ষেত্ৰখনলৈ তেওঁৰ কলাত্মক অৱদান আৰু তেওঁ অভিনয় কৰা ভূমিকাসমূহ অবিস্মৰণীয় হৈ থাকিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অভিনেতাগৰাকীৰ মৃত্যু তেলেগু চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৯৯ চনত বিজয়ৱাড়াৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰি জনসাধাৰণৰ সেৱা আগবঢ়াইছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

তেলেগু চলচ্চিত্ৰ জগতত শ্ৰীনিবাস ৰাও আছিল এক ডাঙৰ নাম। ১৯৭৮ চনত ‘প্ৰাণম খাৰিডু’ ছবিৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে। ৪০ বছৰতকৈও অধিক সময়ৰ অভিনয় জীৱনত তেওঁ ৭৫০ খনতকৈও অধিক ছবিত কাম কৰিছিল।

২০১৫ চনত অভিনেতাগৰাকীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। তেলেগুৰ উপৰি ৰাৱে তামিল, হিন্দী, কানাড়া আৰু মালয়ালম চিনেমাত কাম কৰিছিল।

অভিনয়ৰ সমান্তৰালকৈ প্ৰবীণ অভিনেতাগৰাকীয়ে সক্ৰিয় ৰাজনীতিতো জড়িত আছিল। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া ইষ্টৰ পৰা বিধায়ক আছিল।

Tags: Kota Srinivasa RaoPassed AwaySouth Actor

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025