• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন

Nation NE by Nation NE
July 17, 2025
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন
Share on FacebookShare on TwitterWhatsApp

বিগত ৪ জুনত বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ১১জন লোকে প্ৰাণ হেৰুওৱা পদপিষ্টৰ ঘটনাটোৰ বাবে কৰ্ণাটক চৰকাৰে আই পি এলৰ ফ্ৰেঞ্চাইজি আৰ চি বিক দোষাৰোপ কৰিছে।

কৰ্ণাটক চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে যে আৰ চি বিয়ে একপক্ষীয়ভাৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্ৰিকেট অনুৰাগীসকলক প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ দখলৰ বিজয় উৎসৱত অংশ ল’বলৈ আহ্বান জনাইছিল।

উচ্চ ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত এইটো কথাও উল্লেখ আছে যে আৰ চি বিয়ে চিন্নাস্বামী ষ্টেডিয়ামত প্ৰৱেশ বিনামূলীয়া কৰাৰ ঘোষণা কৰিছিল, যাৰ পৰিণামস্বৰূপে ষ্টেডিয়ামৰ বাহিৰত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছিল।

আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল যে এই প্ৰতিবেদনত উল্লেখ আছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নাম। প্ৰতিবেদন অনুসৰি, আৰ চি বিয়ে বিৰাট কোহলীৰ এটা ভিডিঅ’ প’ষ্ট কৰি অনুৰাগীসকলক বিজয় উৎসৱত ভাগ ল’বৰ বাবে আহ্বান জনাইছিল। যাৰ পৰিণামস্বৰূপে ষ্টেডিয়ামৰ বাহিৰত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

ইফালে এই ঘটনা সন্দৰ্ভত কৰ্ণাটক চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে বিনামূলীয়া পাছ বিতৰণৰ তথ্য আৰ চি বিয়ে স্থানীয় কৰ্তৃপক্ষক অৱগত কৰা নাছিল। আনহাতে কৰ্ণাটকৰ মন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে আজি কয় যে চৰকাৰে আৰোপ-প্ৰত্যাৰোপৰ খেল খেলা নাই। দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

Tags: #StampedeBengaluruKarnataka GovernmentRCBVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025