• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 20, 2025
28 °c
Guwahati
30 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

    দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

    পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

    পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পুনৰ মুকলি হ’ল কমেডিয়ান কপিল শৰ্মাৰ কেফে, ১০ দিন পূৰ্বে হৈছিল এই ঘটনা…

      Nation NE by Nation NE
      July 20, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পুনৰ মুকলি হ’ল কমেডিয়ান কপিল শৰ্মাৰ কেফে, ১০ দিন পূৰ্বে হৈছিল এই ঘটনা…
      Share on FacebookShare on TwitterWhatsApp

      আকৌ এবাৰ মুকলি হ’ল কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ কানাডা কেফে। তেওঁৰ ৰেষ্টুৰেণ্ট কেপছ কেফেত হোৱা গুলীচালনাৰ ১০ দিনৰ পাছত পুনৰ মুকলি হৈছে, যিটো কথা কপিল শৰ্মাই নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰিছে। লগতে এটা পোষ্ট শ্বেয়াৰ কৰি ৰেষ্টুৰেণ্টৰ দলটোক উৎসাহিত কৰিছে।

      কপিল শৰ্মাৰ কেপছ কেফে (কানাডা)ৰ অফিচিয়েল ইনষ্টাগ্ৰামত এটা পোষ্ট কৰা হৈছে। ১৯ জুলাইত শ্বেয়াৰ কৰা এই পোষ্টটোত কেফেখন পুনৰ মুকলি কৰাৰ বিষয়ে তথ্য আছে। ইয়াৰ লগতে কেফেৰ দলটোৱেও সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।

      সমগ্ৰ ঘটনাটো-

      উল্লেখ্য যে, ১০ জুলাইত কানাডাৰ কপিল শৰ্মাৰ কেপছ কেফেৰ বাহিৰত গুলীচালনা কৰা হৈছিল। স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, গুলীচালনাৰ সময়ত ৰেষ্টুৰেণ্টখনৰ একাংশ কৰ্মচাৰী ভিতৰতেই উপস্থিত আছিল।

      তথ্য অনুসৰি, কেফেখনৰ এখন খিৰিকীত ১০টা গুলীৰ চিন পোৱা গৈছে আৰু বহু খিৰিকীৰ গ্লাছ ভাঙি থকা অৱস্থাত উদ্ধাৰ হৈছে।

      খালিস্তানী সন্ত্ৰাসবাদী হাৰ্জিত সিং ওৰফে লাডীয়ে এই গুলীচালনাৰ দায়িত্ব লৈছিল বুলি ইতিমধ্য জানিব পৰা গৈছে।

      Tags: Cafegunkapil

      Related Posts

      হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য
      Top News

      হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

      July 20, 2025
      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ভাৰতৰ বিমান আক্ৰমণক লৈ পুনৰ চিন্তিত পাকিস্তান! ২৩ জুলাইলৈকে বন্ধ পাকিস্তানৰ আকাশমাৰ্গ…

      July 20, 2025
      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      বাংলাদেশৰ অৰ্থনীতিৰ অধপতন! এবছৰতে শ্বেখ হাছিনাৰ কঠোৰ পৰিশ্ৰম নষ্ট ইউনুছৰ

      July 20, 2025
      চিন্তিত ভাৰত-বাংলাদেশ!  ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ
      Top News

      চিন্তিত ভাৰত-বাংলাদেশ! ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ

      July 20, 2025
      এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ
      Top News

      এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ

      July 20, 2025
      অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা
      Top News

      অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা

      July 20, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP