• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…

Nation NE by Nation NE
July 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…
Share on FacebookShare on TwitterWhatsApp

২১ জুলাইত বম্বে উচ্চ ন্যায়ালয়ে ২০০৬ চনৰ মুম্বাই স্থানীয় ৰে’ল বিস্ফোৰণৰ গোচৰ সন্দৰ্ভত ডাঙৰ ৰায় দিয়ে। উচ্চ ন্যায়ালয়ে ১১জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰি ইতিমধ্যে দোষমুক্ত কৰিছে।

ন্যায়াধীশ অনিল কিলোৰ আৰু ন্যায়াধীশ এছ জি চন্দকৰ বিভাগীয় বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। নিম্ন আদালতে ১২জন অভিযুক্তৰ শাস্তি ঘোষণা কৰিছিল। ইয়াৰে ৫জনক মৃ*ত্যু*দ*ণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় যদিও উচ্চ ন্যায়ালয়ে ৰায় বাতিল কৰে।

২০০৬ চনৰ ১১ জুলাইত মুম্বাইত সংঘটিত হোৱা বিস্ফোৰণত ১৮৯ জন লোকে প্ৰাণ হেৰুৱাইছিল।এই গোচৰত ২০১৫ চনত ১৩ জন অভিযুক্তৰ ভিতৰত ১২ জনক দোষী সাব্যস্ত কৰিছিল অধিবেশন আদালতে। ইতিমধ্যে এজন অভিযুক্তৰ মৃত্যু হৈছে।

সূত্ৰ অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত গোচৰৰ চূড়ান্ত শুনানি সম্পূৰ্ণ হৈছিল যদিও ইয়াৰ ৰায় সংৰক্ষিত আছিল। এই আটাইকেইজন অভিযুক্ত নাছিক, য়েৰাৱাদা আৰু নাগপুৰৰ কাৰাগাৰত আছে। তেওঁলোকৰ শুনানি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰা হৈছিল।

মুম্বাইত সংঘটিত হোৱা বিস্ফোৰণত ১৮৯ জন লোকৰ মৃত্যুৰ সমান্তৰালকৈ ৮২৭ জন যাত্ৰীও গুৰুতৰভাৱে আহত হয়। ১১ জুলাইত মাত্ৰ ১১ মিনিটত ৭টা বিস্ফোৰণ সংঘটিত হৈছিল। অধিবেশন আদালতৰ সিদ্ধান্তৰ পিছত অভিযুক্তই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, য’ত তেওঁলোকক দোষমুক্ত কৰা হৈছিল।

অভিযুক্ত মহম্মদ ফৈছাল শ্বেখ, এহতেশ্বাম ছিদ্দিকী, নৱেদ হুছেইন খান, আছিফ খান আৰু কমল আনছাৰীক মৃ*ত্যু*দ*ণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ২০২২ চনত কৰ’না ভাইৰাছৰ বাবে কাৰাগাৰত মৃত্যু হৈছিল কমল আনছাৰীৰ।

পিটিআইৰ প্ৰতিবেদন অনুসৰি আদালতে কয় যে, অভিযুক্তৰ বিৰুদ্ধে গোচৰটো প্ৰমাণ কৰাত বিচাৰ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অভিযুক্তই এই অপৰাধ সংঘটিত কৰিছে বুলি বিশ্বাস কৰাটো টান, সেয়েহে তেওঁলোকৰ দোষী সাব্যস্ত হোৱাটো বাতিল কৰা হৈছে।

Tags: BlastMumbaitrain attack

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025