• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

Nation NE by Nation NE
July 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত
Share on FacebookShare on TwitterWhatsApp

২১ জুলাইৰ বিয়লি বাংলাদেশৰ ৰাজধানী ঢাকাৰ উত্তৰা অঞ্চলৰ মিলষ্টোন স্কুল এণ্ড কলেজত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যুদ্ধ বিমান। এই দুৰ্ঘটনাত ১৬ জন ছাত্ৰ-ছাত্ৰী, ২ জন শিক্ষক আৰু পাইলটকে ধৰি ১৯ জন লোকৰ প্ৰাণহানি হয়।

এক তথ্য অনুসৰি, এই দুৰ্ঘটনাত নিহত পাইলটজন ফ্লাইট লেফটেনেণ্ট মহম্মদ তৌকিৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত তেওঁ আছিল এখন ৰুটিন ট্ৰেইনিং বিমানত। এই দুৰ্ঘটনাত ১৬০ জন লোক আহত হৈছে।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল চীনৰ জে-৭ৰ উন্নত সংস্কৰণ এফ-৭বিজিআই। বাংলাদেশ বায়ুসেনাৰ ১৬খন বিমানৰ ভিতৰত ই অন্যতম আছিল। এই দুৰ্ঘটনাৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। এটা ক্লিপত জ্বলি থকা ইঞ্জিন এটা ধ্বংসাৱশেষৰ তলত পুতি যোৱা দেখা গৈছিল।

ঢাকা বিমান দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে, কিয়নো বিভিন্ন চৰকাৰী সূত্ৰই মৃত আৰু আহত লোকৰ সংখ্যা সন্দৰ্ভত বিভিন্ন পৰিসংখ্যা দিছে। প্ৰত্যক্ষদৰ্শীৰ মতে বহু লোকে চকুৰ সন্মুখতে বিমানখনে অট্টালিকাটোৰ সৈতে সংঘৰ্ষ হোৱা দেখিছিল।

বাংলাদেশ বায়ুসেনাৰ এক বিবৃতিত কোৱা হৈছে যে এফ-৭ বিজিআই প্ৰশিক্ষণ বিমানখনে নিশা ১:০৬ বজাত উৰা মাৰি উত্তৰা অঞ্চলত এক দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ৯টা আৰু ৬খন এম্বুলেন্স মোতায়েন কৰা হয়।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে কয় যে এই দুৰ্ঘটনাটোৰ তদন্তৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰু সকলো ধৰণৰ সাহায্য নিশ্চিত কৰা হ’ব।

Tags: air crashAIR FORCEDhaka

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025