• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      Nation NE by Nation NE
      July 22, 2025
      in Top News, ক্ৰীড়া
      0 0
      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…
      Share on FacebookShare on TwitterWhatsApp

      ইংলেণ্ডৰ বিৰুদ্ধে ২-১ ব্যৱধানত পিছ পৰি থকা ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। ২৩ জুলাই অৰ্থা বুধবাৰৰ পৰা মানচেষ্টাৰত আৰম্ভ হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন মেচৰ পৰা বাহিৰ হ’ল ভাৰতীয় দলৰ বেগী বলাৰ আকাশ দ্বীপ। অধিনায়ক শুভমন গিলে সংবাদ মাধ্যমৰ জৰিয়তে এই কথা জনায়।

      অধিনায়ক গিলে জানিব দিয়া অনুসৰি, শৃখংলাৰ চতুৰ্থখন মেচৰ পূৰ্বে ভাগ লোৱা অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় আকাশ দ্বীপ।

      উল্লেখ্য যে, চতুৰ্থখন মেচৰ পূৰ্বে একাধিক সমস্যাই দেখা দিছে ভাৰতীয় শিৱিৰত। ইতিমধ্যেই শৃংখলাৰ পৰা বাহিৰ হৈছে নীতিশ ৰেড্ডী। আনহাতে অৰ্শদ্বীপ সিঙো আঘাতৰ বাবে চতুৰ্থখন টেষ্টত খেলিব নোৱাৰে।

      এই দুজনৰ উপৰি শেহতীয়াকৈ আকাশ দ্বীপো আঘাতৰ বাবে অতি গুৰুত্বপূৰ্ণ মেচখনৰ পৰা বাহিৰ হোৱাত চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট।

      আঘাতৰ সমস্যাৰে জৰ্জৰিত ভাৰতীয় দলত হয়টো অংশুল কম্বোজৰ অভিষেক হ’ব পাৰে। মেচৰ আৰম্ভণিৰ এদিন পূৰ্বে অৰ্থাত আজি অধিনায়ক শুভমন গিলে সংবাদমেলৰ জৰিয়তে এই ইংগিত প্ৰদান কৰিছে। চতুৰ্থখন মেচত ভাৰতীয় দলত দুটাকৈ গুৰুত্বপূৰ্ণ সালসলনি হোৱাটো নিশ্চিত।

      সমতা স্থাপনৰ লক্ষ্যৰে খেলপথৰাত নামিবলগীয়া ভাৰতীয় দলত যশপ্ৰীত বুমৰাহৰ স্থানো নিশ্চিত বুলি ইংগিত প্ৰদান কৰিছে অধিনায়ক গিলে।

      Tags: Akash DeepIndia vs EnglandManchester TestShubhman GillTest Series

      Related Posts

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…
      Top News

      July 23, 2025
      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025
      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…
      Top News

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      July 23, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 23, 2025

      শীৰ্ষ সংবাদ

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist