• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

Nation NE by Nation NE
July 23, 2025
in Top News, ক্ৰীড়া
0 0
৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী প্ৰসিদ্ধ খেলুৱৈ। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় আৰু নিৰ্ণায়ক এদিনীয়া মেচখনত মাত্ৰ ৮৪টা বলত ১০২ ৰানৰ ধুমুহাময় ইনিংছ খেলি নিজৰ দলটোক শক্তিশালী স্থানত ৰাখিছিল।

এদিনীয়া ক্ৰিকেটত ভাৰতীয় মহিলাৰ দ্বিতীয় দ্ৰুততম শতক এই ইনিংছত হৰমনপ্ৰীতে ৮২টা বলত শতক সমাপ্ত কৰে। এইবাৰ ৰাজকোটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৭০টা বলত শতক অৰ্জন কৰিছিল কেৱল স্মৃতি মান্ধনাই।

যদিও হৰমনে স্মৃতি মান্ধনাৰ এই অভিলেখ ভংগ কৰিব নোৱাৰিলে, তথাপিও তেওঁ নিশ্চিতভাৱে মিতালী ৰাজৰ সমানেই কৰিছে। এয়া আছিল হৰমনৰ এদিনীয়া কেৰিয়াৰৰ সপ্তম শতিকা। বিশেষ কথাটো হ’ল মিতালীয়ে ২৩২খন মেচ খেলি ৭টা শতক অৰ্জন কৰাৰ বিপৰীতে হৰমনপ্ৰীতে মাত্ৰ ১৪৯খন মেচতে এই মাইলৰ খুঁটি অৰ্জন কৰিছে, অৰ্থাৎ কম মেচত ৭টা শতক অৰ্জন কৰি প্ৰাক্তন অধিনায়ক মিতালী ৰাজতকৈ আগুৱাই গৈছে।

২২ জুলাইত মানচেষ্টাৰৰ লি ষ্ট্ৰীট খেলপথাৰত খেলা তৃতীয়খন এদিনীয়াত ভাৰতে প্ৰথমে বেটিং কৰি ৫ উইকেটত ৩১৮ ৰান সংগ্ৰহ কৰে। স্মৃতি মান্ধনা আৰু প্ৰতীকা ৰাৱালে ২৬-২৬ ৰান সংগ্ৰহ কৰি দলটোক ভাল আৰম্ভণি কৰে। তিনি নম্বৰ স্থানত অহা হাৰ্লিন দেউলে ৪৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইয়াৰ পিছতে হৰমনপ্ৰীতৰ বিস্ফোৰণ দেখা যায়, ১০২ ৰান সংগ্ৰহ কৰি ১৪টা ফ’ৰ মাৰি অধিনায়কত্বৰ শৈলীত ক্লাছিক বেটিং কৰে। জেমিমা ৰড্ৰিগেছেও অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে ৰিচা ঘোষে ৩৮ ৰান সংগ্ৰহ কৰে।

অৱশ্যে এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ স্মৃতি মান্ধনাৰ হাতত আছে। ১০৫খন এদিনীয়া মেচত ১১টা শতক অৰ্জন কৰিছে ছানীয়ে। এতিয়া এই তালিকাত হৰমনপ্ৰীত আৰু মিতালী যৌথভাৱে ৭টাকৈ শতকৰে দ্বিতীয় স্থানত আছে।

Tags: #cricketSportsWomen Cricketer

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025