• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

Nation NE by Nation NE
July 24, 2025
in Top News, ক্ৰীড়া
0 0
ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন টেষ্ট মেচত ভাৰতীয় উইকেটকীপাৰ ঋষভ পন্তে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। চতুৰ্থখন টেষ্টৰ প্ৰথম দিনা সোঁ-ভৰিৰ আঙুলিত আঘাত পোৱাৰ বাবে ৰিটায়াৰ্ড হাৰ্ট হৈ খেলপথাৰ ত্যাগ কৰিছিল।

আঘাত গুৰুতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেট অনুৰাগীসকলে মানি ল’বলৈ বাধ্য হৈছিল তেওঁ আৰু বেটিং কৰিবলৈ খেলপথাৰত নামিব নোৱাৰিব। মেচৰ দ্বিতীয় দিনা চাৰ্দুল ঠাকুৰ আউট হোৱাৰ পিছতেই হাতত বেট লৈ পুনৰ খেলপথাৰত প্ৰৱেশ কৰে ঋষভ পন্তে।

এই সময়তে তেওঁ ভংগ কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নামত থকা এক বিশেষ অভিলেখ। এটা শৃংখলাত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় উইকেটকীপাৰ বেটাৰত পৰিণত হয় পন্ত।

আঘাতৰ সৈতেই বেট ধৰিবলৈ অহা মানচেষ্টাৰ টেষ্টৰ প্রথম ইনিংছত ঋষভ পন্তে ৭৫ বলত ৫৪ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাটোত পন্তৰ আছিল পঞ্চমটো অৰ্ধশতকীয় ইনিংছ। ইয়াৰ লগে লগে পন্তে এটা শৃংখলাত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ ভাৰতৰ কিংবদন্তি খেলুৱৈ ফাৰুক ইঞ্জিনিয়াৰ আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নামত আছিল।

ভাৰতৰ প্ৰাক্তন কিংবদন্তি খেলুৱৈ ফাৰুক ইঞ্জিনিয়াৰে ১৯৭২-৭৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত চাৰিটা অৰ্ধশতকীয় ইনিংছ খেলিছিল।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেটাৰ এম এছ ধোনীয়ে দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছে। ২০০৮-০৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে চাৰিটা অৰ্ধশতক অৰ্জন কৰিছিল ধোনীয়ে। আনহাতে ২০১৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত দ্বিতীয়বাৰৰ বাবে চাৰিটা অৰ্ধশতক সংগ্ৰহ কৰিছিল।

এতিয়া ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়ক ঋষভ পন্তে চতুর্থ টেষ্টৰ প্রথম ইনিংছলৈকে এই শৃংখলাত পাঁচটা অৰ্ধশতক অর্জন কৰিছে৷

Tags: Historic RecordMS DhoniRishabh Pant

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025