• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সদনত আজি দাখিল কৰা হ’ব বাজেট; ৰঙা বেগ লৈ সংসদত উপস্থিত নিৰ্মলা সীতাৰমণ

Nation NE by Nation NE
July 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সদনত আজি দাখিল কৰা হ’ব বাজেট; ৰঙা বেগ লৈ সংসদত উপস্থিত নিৰ্মলা সীতাৰমণ
Share on FacebookShare on TwitterWhatsApp

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এইখন হ’ব প্ৰথমখন পূৰ্ণাংগ বাজেট।

দিনৰ ১১ বজাত বিত্তমন্ত্ৰীয়ে সদনত এই বাজেট দাখিল কৰিব। দিনৰ প্ৰায় ১ মান বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইয়াৰ পাছত দিনৰ ৩ বজাত বিত্তমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব।

মোডী-৩.০ চৰকাৰৰ এই বাজেটে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি সকলো আশাবাদী।

কৃষক, উৎপাদন খণ্ড, ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ সৈতে জড়িত সকলোৱে এই বাজেটৰ পৰা যথেষ্ট আশা কৰিছে। এনে পৰিস্থিতত নতুন কৰ ব্যৱস্থাৰ ওপৰতো চৰকাৰে কিছু সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। লগতে, মহিলা সকলেও এই বাজেটৰ পৰা যথেষ্ট আশা কৰিছে। ইয়াৰ উপৰিও এই বাজেটত অৰ্থনীতি, নিয়োগ, সেউজ অৰ্থনীতি, নতুন কৰ ব্যৱস্থা, পি এম স্ব-নিধি আঁচনি আদিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে।

এইবাৰৰ বাজেটত অন্তৰ্ভূক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বিষয়সমূহ হৈছে-

১. কৃষিখণ্ডৰ বিকাশৰ হাৰ ত্বৰান্বিত কৰাৰ বাবে ব্যৱস্থা ঘোষণা কৰা হ’ব পাৰে

২. মহিলা, যুৱ, কৃষক আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা

৩. নতুন কৰ প্ৰণালীত আয়কৰ ৰেহাইৰ শ্লেবৰ সীমা ৫ লাখ পৰ্যন্ত হ’ব পাৰে

৪. গৃহঋণ লোৱাৰ ক্ষেত্ৰত নতুন ৰেহাই সম্ভৱ

৫. আন্ত:গাথনিৰ ওপৰত ব্যয় বৃদ্ধি

৬. কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা

৭. নিয়োগ বৃদ্ধিৰ বাবে লোৱা হ’ব পাৰে নতুন সিদ্ধান্ত

৮. উন্মোচিত হ’ব পাৰে উন্নত ভাৰতৰ কৌশল

ইয়াৰ উপৰি আৰু কেইবাটাও বিষয় সামৰি দাখিল কৰা হ’ব এই বাজেট। চৰকাৰে দাখিল কৰা আৰ্থিক জৰীপ অনুসৰি চলিত বিত্তবৰ্ষত আৰ্থিক বিকাশ হাৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশ হ’ব পাৰে।

Tags: Budgetfinance ministerNarendra ModiNirmala SitharamanPrime Minister

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025