• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

ট্ৰাম্প প্ৰশাসনৰ বাজেট কৰ্তনৰ বাবে পদত্যাগ কৰিবলগীয়া হোৱা নাছাৰ ৩,৮৭০ কৰ্মচাৰীয়ে এৰিব চাকৰি

Nation NE by Nation NE
July 27, 2025
in Uncategorized
0 0
‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ মহাকাশ সংস্থা নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)ৰ ৩,৮৭০ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব। এইসকল কৰ্মচাৰীয়ে স্বেচ্ছামূলক পদত্যাগ কাৰ্যসূচীৰ অধীনত পদত্যাগ কৰিবলৈ ওলাইছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে বাজেট কৰ্তনৰ বাবে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অধীনত কৰ্মচাৰীসকলক নাছাৰ পৰা বৰ্খাস্ত কৰাৰ পৰিৱৰ্তে নিজাববীয়াকৈ পদত্যাগ কৰিবলৈ কোৱা হৈছে। ট্ৰাম্প প্ৰশাসনৰ ফেডাৰেল কৰ্মশক্তি হ্ৰাস কৰাৰ লক্ষ্য মানি চলিবলৈ মহাকাশ সংস্থা নাছাৰ বিষয়াসকলে চাকৰিৰ পৰা বৰ্খাস্তৰ পৰা হাত সাৰিবলৈ পদত্যাগ কৰাৰ পথ গ্ৰহণ কৰিছে।

বৰ্তমান নাছাৰ পৰা ৩,৮৭০ কৰ্মচাৰীয়ে পদত্যাগ কৰিছে। অৱশ্যে নাছাই শুকুৰবাৰে দিয়া বিবৃতিত উল্লেখ কৰিছে যে আবেদনসমূহ পুনৰীক্ষণ কৰাৰ পিছত এই সংখ্যা সলনি হ’ব পাৰে। নাছাই ২০২৫ চনত কৰ্মচাৰীসকলক চাকৰি এৰিবলৈ দুটা পৃথক সুযোগ দিছে। দুয়োটা পদত্যাগ কাৰ্যসূচী আৰু প্ৰায় ৫০০ লোকে সাধাৰণভাৱে চাকৰি এৰি যোৱাৰ পিছত নাছাত প্ৰায় ১৪ হাজাৰ কৰ্মচাৰী থাকিব।

Tags: jobNasaTrump

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025