• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাজেটৰ পিছতে শ্বেয়াৰ বজাৰত খহনীয়া, ছেনচেক্স ১১০০ পইণ্ট হ্ৰাস

Nation NE by Nation NE
July 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাজেটৰ পিছতে শ্বেয়াৰ বজাৰত খহনীয়া, ছেনচেক্স ১১০০ পইণ্ট হ্ৰাস

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰাৰ লগে লগে অভাৱনীয়ভাৱে হ্ৰাস পালে ভাৰতৰ শ্বেয়াৰ বজাৰ। অৱশ্যে কিছুসময়ৰ পিছতে শ্বেয়াৰ বজাৰ সুস্থিৰ হোৱা পৰিলক্ষিত হয়।

বৰ্তমান ছেনচেক্স ৪০০ পইণ্ট হ্ৰাস পাইছে। একে সময়তে নিফটিয়েও ৰেড মাৰ্কত ট্ৰেডিং কৰি আছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেট ভাষণ শেষ হোৱাৰ লগে লগে ছেনচেক্সত অভাৱনীয় খহনীয়া দেখা পোৱা দেখা যায়। ১২৬৬.১৭ পইণ্ট অৱনমিত হৈ ৭৯,২৩৫.৯১ পইণ্টত উপনীত হয়।

আনহাতে নিফটিয়ে ৪৩৫.০৫ পইণ্টৰ লোকচানেৰে ২৪,০৭৪.২০ পইণ্টত উপনীত হয়।

উল্লেখ্য যে আজি ৰাতিপুৱা ৯:৪৫ বজাত ছেনচেক্সৰ ৪৭ পইণ্ট হ্ৰাসৰ সৈতে ৮০,৪৫৪ আৰু নিফটি ২১ পইণ্ট হ্ৰাসৰ সৈতে ২৪,৪৮৭ত আছিল।

সোমবাৰে ছেনচেক্স ৮০,৫০২.০৮ ত বন্ধ হোৱাৰ বিপৰীতে এন এছ ই সূচকাংক ২৩,৫৩৭.৮৫ ত বন্ধ হৈছিল।

উল্লেখ্য যে, বাজেটৰ পূৰ্বে সোমবাৰে দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত চলিত বিত্তীয় বৰ্ষত জিডিপি ৬.৫ শতাংশৰ পৰা ৭ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

Tags: #Nifty#Sensexbudget 2024-25Share MarketStock Market

Related Posts

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?
Top News

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025