• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ক’ত গ’ল ৰমেন বৰুৱা? উদ্ধাৰ হোৱা জোতাৰ খোজে কিহৰ ইংগিত দিয়ে! সকলো ৰহস্যৰ আৱৰ্তত…

      Nation NE by Nation NE
      July 23, 2024
      in Top News, অসম
      0 0
      ক’ত গ’ল ৰমেন বৰুৱা? উদ্ধাৰ হোৱা জোতাৰ খোজে কিহৰ ইংগিত দিয়ে! সকলো ৰহস্যৰ আৱৰ্তত…
      Share on FacebookShare on TwitterWhatsApp

      সোমবাৰৰ পৰাই নিৰুদিষ্ট হৈ আছে ৰাজ্যৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা। বৰ্তমানলৈ কোনো ধৰণৰ সন্ধান লাভ কৰা নাই ৰমেন বৰুৱাৰ। ইফালে, পৰিয়ালৰ লোকে ৰমেন বৰুৱাক বিচাৰি কৰিছে চলাথ। উদ্ধাৰকাৰী দলে বিশিষ্ট সংগীত পৰিচালকগৰাকীক বিচাৰি চলাথ কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ।

      আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে পুৱা ১০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত শেষবাৰৰ বাবে দেখা গৈছিল ৰমেন বৰুৱাক। চিচি টিভিৰ ফুটেজত দেখা পোৱা গৈছিল ৰমেন বৰুৱাক।

      ইফালে, মোবাইলৰ শেষ লোকেচন দেখা পোৱা গৈছিল উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত। আৰক্ষীয়ে সেই তথ্যৰ ভিত্তিতে অভিযান আৰম্ভ কৰিছে।

      আনহাতে, SDRF-NDRF বাহিনীয়ে মহাবাহুৰ বুকুতো আৰম্ভ কৰিছে অভিযান।

      জানিব পৰা মতে, সোমবাৰে নিশা আৰক্ষীয়ে ৰমেন বৰুৱাৰ জোতাৰ খোজ পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত। যাৰবাবে সকলোৱে ৰমেন বৰুৱা মহাবাহুৰ বুকুত নিখোজ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

      ইফালে, বিশিষ্ট সংগীত পৰিচালকগৰাকীক বিচাৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও নিজা প্ৰচেষ্টাত অব্যাহত ৰাখিছে। মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই শিল্পী জুবিন গাৰ্গে। লাচিত ঘাট, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ, ভূতনাথ, উজান বজাৰত অভিযান চলাই জুবিন গাৰ্গে।

      উল্লেখ্য যে, ৰমেন বৰুৱাৰ অৱদান অসমীয়া সংগীত জগতৰ বাবে উজ্বল নক্ষত্ৰৰ দৰে। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে ৰমেন বৰুৱাৰ নাম অনবৈদ্য। ১৯ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি ‘আমাৰ ঘৰ’ বোলছবিখনত সংগীত পৰিচালনা কৰে। ইয়াৰ পিছতে ১৯৬৯ চনত ৰমেন বৰুৱাই নিজৰ প্ৰচেষ্টাত ‘ডক্তৰ বেজবৰুৱা’ নামৰ ছবিখনত সংগীত পৰিচালনা কৰে।

      Tags: #AssamAssameseflimGuwahatiRamen Baruah

      Related Posts

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
      Top News

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      July 24, 2025
      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…
      Top News

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      July 24, 2025

      শীৰ্ষ সংবাদ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist