• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

কংগ্ৰেছ সাংসদ গগৈৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানী জনতাই

Nation NE by Nation NE
July 30, 2025
in Top News, BIG BREAKING, অসম, ৰাষ্ট্ৰীয়
0 0
ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

নিজ জন্মভূমি নহয়, এইবাৰ ভাৰতৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সংবাদ মাধ্যম দখল কৰিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। পাকিস্তানৰ সংবাদ মাধ্যমসমূহ সম্প্ৰতি ভৰি পৰিছে গৌৰৱ গগৈৰ গুণানুকীৰ্তনেৰে। সাংসদ গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীক প্ৰশংসাৰে উপচাই পাকিস্তানৰ সংবাদ মাধ্যমে পৰিৱেশন কৰিছে এটাৰ পিছত আন এটা বাতৰি।

ইয়াৰ কাৰণ অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণ। একপ্ৰকাৰ ভাৰত বিৰোধী ভাষণ দিয়া গৌৰৱ গগৈৰ উদ্ধৃতিৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সক্ষমতাক লৈ গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰি অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতৰ কিমানখন যুদ্ধ বিমান ধ্বংস হৈছে, পেহেলগামত সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল, ড’নাল্ড ট্ৰাম্পৰ কথাত মোদীয়ে কিয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল আদি বিষয়ক লৈ মোদী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিছিল।

ভাৰতৰ নিৰাপত্তা তথা সেনা বাহিনীৰ শক্তিক লৈ সাংসদ গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ সুবিধা গ্ৰহণ কৰি তথা উৎফুল্লিত হৈ পাকিস্তানৰ সংবাদ মাধ্যমসমূহে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিছে।

কেৱল এয়াই নহয় পাকিস্তানৰ সাধাৰণ জনতাইও সংবাদ মাধ্যমসমূহৰ আগত অসমৰ সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। সাংসদগৰাকীৰ এনে কাৰ্যই স্বাভাৱিকতে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে দিয়া ভাষণৰ পিছতে এটা ৰাতিৰ ভিতৰতে পাকিস্তানী টিভি চেনেলসমূহৰ নয়নৰ মণি হৈ পৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে পাকিস্তানী মিডিয়া। পাকিস্তানৰ সপক্ষে কথা কোৱা গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ এই ভূমিকাত খুবেই অত্যুৎসাহী হৈ পৰে পাকিস্তানী মিডিয়া।

ইফালে সদনৰ মজিয়াত সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয়, ‘যোৰহাটৰ আমাৰ সাংসদজনে কালি সংসদত দিয়া ভাষণে সন্দেহাতীতভাৱে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈয়ে কাম কৰে। তেওঁৰ পাকিস্তানলৈ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথা স্পষ্ট কৰি তুলিছে।’

Tags: #Assam#CongressGaurav GogoiPak MediaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025